HS final result 2022: প্ৰশাসনিক বিষয়া হোৱাৰ মন কলা শাখাৰ চতুৰ্থ স্থানপ্ৰাপ্ত নলবাৰীৰ প্ৰিয়ংকাৰ

By

Published : Jun 27, 2022, 9:51 AM IST

thumbnail
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাৰ ফলাফলত(HS Exam result 2022) ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰিয়ংকা বৈশ্যই । অসম ভেলী একাডেমীৰ পৰা চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে কলা শাখাত চতুৰ্থ স্থান লাভ কৰে প্ৰিয়ংকাই(Priyanka Baishya get 4th rank in HS Final Exam) ৷ প্ৰিয়ংকাই সৰ্বমুঠ ৪৮১ নম্বৰেৰে দখল কৰে চতুৰ্থ স্থান । তেওঁ নলবাৰীৰ জানিগোগৰ ধৰ্ম বৈশ্য আৰু অঞ্জলী বৈশ্যৰ কন্যা । ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন প্ৰিয়ংকাৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.