- মেষ ৰাশি : সপ্তাহটো শুভ ৷ চাকৰিয়াল লোকসকলে চাকৰি পৰিৱৰ্তন নকৰিব, কাৰণ তাৰ বাবে এই সময়খিনি ভাল নহয় । স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়ত চৰ্দি, কাহৰ সমস্যাত ভুগিব পাৰে । সপ্তাহৰ আৰম্ভণিতে আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে, কিন্তু সপ্তাহৰ শেষৰ ফাললৈ এই সমস্যাৰ সমাধান হ’ব । ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত ভুল বুজাবুজি হ’ব পাৰে ৷ বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো জীৱন সংগীৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা ৷ শিক্ষাৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলে যদি কলেজ সলনি কৰাৰ সিদ্ধান্ত লয়, তেন্তে আগতীয়াকৈ সিদ্ধান্ত লোৱাটো বাঞ্ছনীয় । পেছাদাৰী প্ৰশিক্ষণ ল’ব বিচাৰিলে এই সময়খিনি লাভজনক ৷
- বৃষ ৰাশি : সপ্তাহটো অনুকূল ৷ কৰ্মৰত লোকসকলৰ ক্ষেত্ৰত যদি চাকৰি সলনি কৰাৰ সিদ্ধান্ত লৈছে, তেন্তে এয়া সঠিক সময় ৷ পদোন্নতি হোৱাৰ সম্ভাৱনা ৷ ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰা লোকসকলে ধনাত্মক লাভ অৰ্জন কৰিব । এই সপ্তাহত ঘৰ মেৰামতি কৰিবলৈ বা গাড়ী কিনিবলৈ আপোনাৰ হাতত অধিক ধন থাকিব । স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্ন লোৱাৰ প্ৰয়োজন ৷ স্বাস্থ্যজনিত সমস্যাৰ ফলত মানসিক চাপৰ সন্মুখীন হ’ব পাৰে । ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত সংগীৰ মাজত যিকোনো বিভ্ৰান্তি নাৰাখিব ৷ বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত জীৱন সংগীৰ সৈতে তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷
- মিথুন ৰাশি : সপ্তাহটো অনুকূল ৷ কৰ্মৰত লোকসকলৰ ক্ষেত্ৰত যদি নিজৰ চাকৰি সলনি কৰিব বিচাৰিছে, তেন্তে এই সপ্তাহটো আপোনাৰ বাবে ভাল । অৱশ্যে, এই সপ্তাহত অত্যধিক অৰ্থ ব্যয় হ’ব । বজাৰ কৰা আৰু ভ্ৰমণৰ বাবে অধিক ধন ব্যয় কৰিব লগা হ’ব পাৰে । সুস্থ হৈ থাকিব, কিন্তু কিছুমান পুৰণি ৰোগ হোৱাৰ সম্ভাৱনা আছে । যিকোনো শৈক্ষিক প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে নিজৰ আত্মবিশ্বাস বজাই ৰাখক । ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহত সংগীৰ সৈতে ভালদৰে কথা-বতৰা পাতক ৷ এই সপ্তাহটো বিবাহিত লোকৰ বাবে উৎকৃষ্ট ৷ ক’ৰবাত ওলাই যাব পাৰে, যাৰ ফলত সম্পৰ্কবোৰ আৰু মধুৰ হৈ পৰিব ৷
- কর্কট ৰাশি : সপ্তাহটো অনুকূল ৷ চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত নিজৰ অৰ্হতাৰ ভিত্তিত ভাল চাকৰি এটা পাব পাৰে । পদোন্নতিও লাভ কৰিব ৷ ব্যৱসায় কৰাসকলে এই সপ্তাহত লাভান্বিত হ’ব । স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহত চকুৰ কোনো এক সমস্যাৰ সন্মুখীন হ’ব পাৰে, এনে পৰিস্থিতিত সতৰ্কতা অৱলম্বন কৰা উচিত ৷ এই সপ্তাহত মাটি-বাৰী (ৰিয়েল এষ্টেট)ত বিনিয়োগ কৰিব পাৰে, লাভ হ’ব । এই সপ্তাহত বিবাহিত লোকসকলে তেওঁলোকৰ জীৱন সংগীৰ সৈতে ভাল সময় কটাব । গৱেষণা আৰু জ্ঞান বিস্তাৰৰ বাবে এই সপ্তাহটো ভাল ।
- সিংহ ৰাশি : সপ্তাহটো অনুকূল ৷ কৰ্মচাৰীৰ ক্ষেত্ৰত এই সপ্তাহত আপোনাৰ তদাৰকী বিষয়া আপোনাৰ প্ৰয়াসত সন্তুষ্ট হ’ব ৷ দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । স্বাস্থ্যৰ ক্ষেত্ৰত, এই সপ্তাহত পুৰণি ৰোগক আওকাণ কৰাৰ ফলত অধিক সমস্যাৰ সন্মুখীন হ’ব পাৰে । এনে পৰিস্থিতিত নিজৰ স্বাস্থ্যৰ ভালদৰে যত্ন লওক । যদি এই সপ্তাহত ডাঙৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে কাৰোবাৰ পৰামৰ্শ লওক । ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহত পুৰণি সংগীক পুনৰ লগ পাব পাৰে । ফলত পুৰণি সম্পৰ্ক পুনৰ গঢ়ি উঠিব পাৰে । এই সপ্তাহত বৈবাহিক জীৱন সৌভাগ্যপূৰ্ণ হৈ থাকিব ৷
- কন্যা ৰাশি : সপ্তাহটো অনুকূল ৷ চাকৰিয়াল লোকৰ ক্ষেত্ৰত এই সপ্তাহটো চাকৰি পৰিৱৰ্তন কৰিব বিচৰাসকলৰ বাবে লাভজনক হ’ব । এই সময়খিনিত বিদেশৰ সৈতে থকা সম্পৰ্ক ব্যৱসায়ীসকলৰ বাবে অতি লাভজনক হ’ব পাৰে । মাটি ক্ৰয় বা বিক্ৰয় কৰিবলৈ মনস্থ কৰা লোকসকলে কিছুসময় অপেক্ষা কৰা উচিত, কিয়নো তেনে কৰিবলৈ এয়া উপযুক্ত সময় নহয় । এই সপ্তাহত শিক্ষাৰ মানদণ্ড ভাল হ’ব । ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত যদি কাৰোবাৰ লগত বহুদিনীয়া সম্পৰ্কত আছে, তেন্তে বিবাহৰ বন্ধনত আবদ্ধ হ’ব পাৰে । বন্ধু-বান্ধৱীৰ বাবে এক পাৰ্টীৰ আয়োজন কৰিব পাৰে আৰু ই আপোনাক যথেষ্ট সুখী কৰিব ।
- তুলা ৰাশি : সপ্তাহটো অনুকূল ৷ চাকৰি পৰিৱৰ্তন কৰিব বিচৰা চাকৰিয়াল লোকসকলৰ বাবে এই সপ্তাহটো শুভ নহয় । এনে পৰিস্থিতিত য’ত কাম কৰি আছে তাতেই আৰু কিছু সময় কাম কৰাটো অব্যাহত ৰাখক । একেদৰে উদ্যোগীসকলেও কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আগতে কিছু সময় অপেক্ষা কৰা উচিত । স্বাস্থ্যৰ কথা ক’বলৈ গ’লে, এই সময়ত নিজকে অতি সবল তথা উৎসাহী অনুভৱ কৰিব । সৰু-সুৰা কথাত বেছি লাগি থাকিলে মানসিক স্বাস্থ্যৰ বাবে ই ক্ষতিকাৰক হ’ব পাৰে । অত্যধিক আত্মবিশ্বাসৰ পৰিণাম বিপৰীত তথা বিষম হ’ব পাৰে ৷ বিশেষকৈ যদি আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে । এই সপ্তাহত সম্পত্তি বা গাড়ী কিনিবৰ বাবে নিজৰ ধন ব্যৱহাৰ কৰি পাৰে । সংগীৰ মাজত প্ৰেমৰ সম্পৰ্ক সুদৃঢ় হ’ব ৷ বৈবাহিক জীৱনত কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে । সেইবোৰৰ সৈতে মোকাবিলা কৰিবলৈ নিজৰ সংগীক যথেষ্ট সময় দিব লাগিব ।
- বৃশ্চিক ৰাশি : সপ্তাহটো শুভ ৷ অৱশ্যে, নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব বিচৰা ব্যৱসায়ীসকলে কিছু সময়ৰ বাবে মৌনতা অৱলম্বন কৰক ৷ চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত বেংকিং, ফিল্ড মাৰ্কেটিং আৰু তথ্য-প্ৰযুক্তি (আই.টি.) খণ্ডৰ সৈতে জড়িত লোকসকলে এই সপ্তাহত লাভ অৰ্জন কৰিব । স্বাস্থ্য সন্দৰ্ভত এই সময়ত কিছু যত্ন লওক ৷ অন্যথা পাছলৈ সমস্যাৰ সন্মুখীন হ’ব পাৰে । এই সপ্তাহত প্ৰচুৰ ধন ব্যয় কৰিব পাৰে । গাড়ী ক্ৰয় কৰিব পাৰে ৷ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত নিজৰ সংগীৰ প্ৰতি সম্পূৰ্ণ বিশ্বস্ত হোৱা উচিত, যাতে সম্পৰ্ক মধুৰ হৈ থাকে । এই সপ্তাহত ভুল বুজাবুজিয়ে দাম্পত্য সম্পৰ্কতো প্ৰভাৱ পেলাব পাৰে, এনে পৰিস্থিতিত সকলো সমস্যা ব্যক্তিগতভাৱে সমাধান কৰাটো উত্তম হ’ব ।
- ধনু ৰাশি : সপ্তাহটো অনুকূল । উদ্যোগীসকলে নতুন কৌশল ৰূপায়ণ কৰিবলৈ সক্ষম হ’ব, যিবোৰ আপোনাৰ বাবে ভাল হ’ব আৰু উচিত মূল্য লাভ কৰিব পাৰিব ৷ এই সপ্তাহটো চাকৰিয়াল লোকসকলৰ বাবে অলপ কঠিন হ’ব । এনে পৰিস্থিতিত কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা আঁতৰি থাকক, যাতে নিজৰ সুনামৰ ক্ষতি নহয় । স্বাস্থ্যৰ ক্ষেত্ৰত, এই সপ্তাহত বহুদিন ধৰি ভুগি থকা কোনো ৰোগৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে । আৰ্থিকভাৱে এই সময়ছোৱা গতানুগতিক হৈয়ে থাকিব । এনে পৰিস্থিতিত কোনো ডাঙৰ বিনিয়োগ কৰাৰ কথা চিন্তা নকৰিব । প্ৰেমৰ ক্ষেত্ৰত সপ্তাহটো ভাল নহয় ৷ ফলত পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত ব্যৱধান দেখা পোৱা যাব পাৰে । দাম্পত্য সম্পৰ্কৰ ক্ষেত্ৰত নিজৰ জীৱন সংগীৰ সৈতে ভাল সময় কটাব ।
- মকৰ ৰাশি : সপ্তাহটো অনুকূল হোৱাৰ সম্ভাৱনা ৷ চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত যদিহে চাকৰি পৰিৱৰ্তন কৰাৰ কথা ভাবিছে, তেন্তে সেই ধাৰণাটো পৰিত্যাগ কৰাটো ভাল হ’ব, কিয়নো ইয়াৰ ফলত আপোনাৰ বৰ্তমান স্থিতি বিপন্ন হ’ব পাৰে । এই সময়ছোৱা ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে লাভজনক হ’ব; প্ৰয়াস বৃদ্ধি কৰিলে ব্যৱসায় বৃদ্ধি হ’ব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক পৰিশ্ৰমৰ ফলত ভৰি বা পিঠিৰ বিষ হ’ব পাৰে ৷ জিৰণিৰ প্ৰয়োজন ৷ শিক্ষাৰ্থীৰ ক্ষেত্ৰত অবাঞ্ছনীয় সংগীৰ লগ লোৱাটো এৰাই চলা উচিত ৷ দাম্পত্য সম্পৰ্কৰ ক্ষেত্ৰত নিজৰ সংগীৰ সৈতে সাৰ্থক সময় উপভোগ কৰিব ৷
- কুম্ভ ৰাশি : সপ্তাহটো অনুকূল হোৱাৰ সম্ভাৱনা ৷ চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত যদি নতুন সুযোগৰ বাবে বৰ্তমানৰ চাকৰি এৰাৰ কথা ভাবিছে, তেন্তে কিছু সময়ৰ বাবে সেয়া বাতিল কৰক ৷ ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ মাটি-বাৰী (ৰিয়েল এষ্টেট) বা যান-বাহন (অটোমোটিভ) খণ্ডৰ সৈতে জড়িত, তেন্তে এই সপ্তাহত সজাগ হৈ থকা প্ৰয়োজন ৷ যাতে যিকোনো সম্ভাব্য লোকচান ৰোধ কৰিব পৰা যায় । শিক্ষাৰ্থীৰ ক্ষেত্ৰত এলাহ ভাব বৃদ্ধি পাব পাৰে ৷ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ প্ৰভাৱৰ ফলত কিছু ব্যৱধানৰ সন্মুখীন হ’ব পাৰে । দাম্পত্য সম্পৰ্কৰ ক্ষেত্ৰত জীৱন সংগীৰ সৈতে কোনো বিশেষ কথাত মতানৈক্য হ’ব পাৰে । যদিহে ইয়াৰ শীঘ্ৰে সমাধান কৰা নহয়, তেন্তে এই বিবাদ যথেষ্ট বৃদ্ধি হ’ব পাৰে ।
- মীন ৰাশি : সপ্তাহটো অনুকূল হোৱাৰ সম্ভাৱনা ৷ কেৰিয়াৰৰ ক্ষেত্ৰত যদি চাকৰি পৰিৱৰ্তন কৰাৰ কথা ভাবিছে, তেন্তে এতিয়াৰ বাবে সেয়া স্থগিত ৰখাটো উত্তম হ’ব । ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত পূৰ্বৰ কিছুসংখ্যক প্ৰকল্পই পুনৰ গতি লাভ কৰিব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট শক্তিসম্পন্ন অনুভৱ কৰিব ৷ কিন্তু পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য সন্দৰ্ভত কিছু চিন্তা থাকিব পাৰে । আৰ্থিক ক্ষেত্ৰত এই সপ্তাহত কিছু অপ্ৰয়োজনীয় ব্যয় হোৱাৰ সম্ভাৱনা আছে । যদি ঘৰ কিনাৰ কথা ভাবিছে, তেন্তে নিজৰ আৰ্থিক স্থিতি মজবুত কৰক ৷ ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহত বিবাদ সৃষ্টি হ’ব পাৰে । দাম্পত্য সম্পৰ্কৰ ক্ষেত্ৰতো মানসিক চাপ আহিব পাৰে, গতিকে এই সময়ছোৱাত জীৱন সংগীৰ সৈতে ঘনিষ্ঠ সময় কটোৱাটো বাঞ্ছনীয় ।
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ এই সপ্তাহটো ? - WEEKLY HOROSCOPE
কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানো আহক আপোনাৰ সপ্তাহটোৰ ৰাশিফল...
সপ্তাহটোৰ ৰাশিফল (ETV Bharat)
Published : Jan 26, 2025, 7:07 AM IST