21ৰ নিৰ্বাচনত যুৱ প্ৰজন্মৰ ভূমিকা: তেজপুৰৰ পৰা আজিৰ কেম্পাচ

By

Published : Mar 19, 2021, 1:34 PM IST

thumbnail
চমু চাপি আহিছে ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷ কি বিজেপি মিত্ৰজোঁট, কি কংগ্ৰেছ মহাজোঁটবন্ধন অথবা আঞ্চলিক দল, ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ প্ৰত্যেকটো ৰাজনৈতিক দলেই গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী ৷ নিৰ্বাচন আহিলেই প্ৰতিশ্ৰুতিৰ পোহাৰ মেলা ৰাজনৈতিক দলসমূহ এইবাৰো পিছপৰি ৰোৱা নাই ৷ কিন্তু প্ৰতিটো নিৰ্বাচনতে গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰা যুৱ প্ৰজন্ম এইবাৰ কিমান সজাগ আৰু সচেতন ৷ ৰাজনৈতিক দলসমূহেও জানে যে, যুৱ প্ৰজন্মৰ ভোটৰ ওপৰতে নিৰ্ভৰ কৰিব শাসক অথবা বিৰোধীৰ ৰাজনৈতিক ভৱিষ্যৎ ৷ সেইবাবে দিছপুৰ দখলৰ বাবে কিঞ্চিতমানো সুৰুঙা এৰি দিব বিচৰা নাই ৰাজনৈতিক দলসমূহে ৷ কাক ভোট দিব , কেনেকুৱা এখন চৰকাৰ যুৱ প্ৰজন্মই বিচাৰে এই সকলোবোৰ প্ৰশ্ন লগত লৈ আমাৰ সাংবাদিক উপস্থিত হৈছিল যুৱ ভোটাৰৰ ওচৰত ৷ কি ক'লে যুৱ ভোটাৰে, চাওঁ আহক...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.