ETV Bharat / technology

Jio গ্ৰাহকৰ বাবে সুখবৰ : ঘৰতে অনায়াসে লাভ কৰক Jio ছিম - Activate SIMs at home

author img

By ETV Bharat Tech Team

Published : Sep 8, 2024, 12:25 PM IST

Jio iActivate: Jio গ্ৰাহকৰ বাবে ভাল খবৰ । ৰিলায়েন্স জিঅ’ই অষ্টম বৰ্ষপূৰ্তি উপলক্ষে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে ঘোষণা কৰিছে বিপুল অফাৰ । এতিয়াৰে পৰা জিঅ’ গ্ৰাহকসকলে কাৰ্যালয়লৈ নোযোৱাকৈয়ে লাভ কৰিব পাৰিব Jio ছিমৰ সেৱা ৷ কেনেকৈ জানো আহক---

Jio new users can activate SIMs at home using the iActivate: Here's how
Jio গ্ৰাহকৰ বাবে সুখবৰ : ঘৰতে অনায়াসে লাভ কৰক Jio ছিম (Jio)

নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ: ৰিলায়েন্স জিঅ’ই গ্ৰাহকৰ বাবে মুকলি কৰিছে এক নতুন সেৱা । জিঅ’ই ছিম সক্ৰিয়কৰণৰ বাবে জিঅ’ৰ কোনো কাৰ্যালয়লৈ নোযোৱাকৈয়ে আইএক্টিভেট সেৱা আৰম্ভ কৰিছে । ইয়াৰ জৰিয়তে যিকোনো ঠাইতে, যিকোনো সময়তে Jio ছিম কাৰ্ড সক্ৰিয় কৰিব পাৰিব । আহক আমি iActivate সেৱাসমূহৰ সৈতে ছিম সক্ৰিয়কৰণৰ পদ্ধতিৰ বিষয়ে জানো---

iActivate সেৱাসমূহ কেনেকৈ ব্যৱহাৰ কৰিব ?

ইতিমধ্যে ৰিলায়েন্স জিঅ’ই ছিম কাৰ্ডৰ বিনামূলীয়া হোম ডেলিভাৰী আৰম্ভ কৰিছে ।

নতুনকৈ প্ৰৱৰ্তিত iActivate ৰ জৰিয়তে আপুনি যিকোনো সময়তে, যিকোনো ঠাইতে আপোনাৰ ছিমখন সক্ৰিয় কৰিব পাৰিব ।

এণ্ড্ৰইড আৰু আইফোন ব্যৱহাৰকাৰীয়ে নিজৰ স্মাৰ্টফোনৰ সহায়ত ছিম কাৰ্ড সক্ৰিয় কৰিব পাৰিব ।

ইয়াৰ বাবে আপুনি 'My Jio app' ইনষ্টল কৰিব লাগিব ।

এপটো খোলাৰ পিছত iActivate বেনাৰটো ওলাব ।

ইয়াত ক্লিক কৰি আপোনাৰ নাম, ফোন নম্বৰ, পিন ক'ড দিয়ক আৰু OTP সৃষ্টি কৰক ।

OTP লাভ কৰাৰ পিছত দুটা বিকল্প ওলাব, eSIM আৰু Physical SIM

আপোনাৰ পছন্দৰ বিকল্প বাছি লওক আৰু Go for Jio iActivate ত ক্লিক কৰক

আধাৰ OTP বা DigiLocker ৰ সহায়ত KYC সম্পূৰ্ণ কৰিব লাগে । লগতে মোবাইলৰ সহায়ত এখন লাইভ ফটো/ভিডিঅ' তুলি নথিপত্ৰ লাইভ আপলোড কৰিব লাগিব ।

এইদৰে আপুনি এই iActivate সেৱাসমূহ ব্যৱহাৰ কৰি ছিম কাৰ্ড সক্ৰিয় কৰিব পাৰিব ।

নহ’লে ডেলিভাৰী এজেণ্টৰ সহায়ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পাৰি ।

JIO বাৰ্ষিকী অফাৰ: শেহতীয়াকৈ ৰিলায়েন্স জিঅ’ই 8 বছৰীয়া জয়ন্তী উপলক্ষে গ্ৰাহকৰ বাবে বিশাল অফাৰ ঘোষণা কৰিছে । তিনিটা ৰিচাৰ্জ প্লেনৰ লগতে আন কিছুমান বিশেষ সুবিধা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। অৱশ্যে 10 ছেপ্টেম্বৰৰ পূৰ্বে ৰিচাৰ্জ কৰা গ্ৰাহকেহে এই সুবিধা লাভ কৰিব বুলি জিঅ’ই জানিবলৈ দিয়ে । এই অফাৰ ইতিমধ্যে উপলব্ধ। ইয়াৰ বিষয়ে অধিক জানিবলৈ ইয়াত ক্লিক কৰক - উৎসৱৰ বতৰত এয়াৰটেলৰ আকৰ্ষণীয় অফাৰ - Airtel launches new plans

লগতে পঢ়ক: আপোনাৰ জিঅ’ চিমখন ৰিচাৰ্জ কৰক আৰু লাভ কৰক Zomato Gold সদস্যপদ - Jio 8th anniversary offers

জিঅ’ ৰিচাৰ্জৰ লগত বিনামূল্যে লাভ কৰক নেটফ্লিক্সৰ ছাবস্ক্ৰিপশ্যন - Netflix subscription with Jio

ফটো তোলাজনো এতিয়াৰে পৰা বাদ নপৰে গ্ৰুপ ফটোৰ পৰা : কেনেকৈ সম্ভৱ ? - Google Pixel 9 features

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.