thumbnail

By

Published : Jan 12, 2022, 7:14 PM IST

ETV Bharat / Videos

Royal Bengal tiger menace: শোণিতপুৰত ঢেকীয়াপতিয়া বাঘৰ মুক্ত বিচৰণ

ভোগালী বিহুৰ প্ৰাকক্ষণত বাঘৰ আতংকৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে শোণিতপুৰ জিলাৰ বৰচলাবাসীয়ে (Royal Bengal Tiger menace at Barsala in Sonitpur) ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ঢেকীয়াপতিয়া বাঘটোৱে প্ৰায় 20 দিনে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে সমগ্ৰ অঞ্চলটোত (Royal bengal tiger roaming freely around human habitations) ৷ বুধবাৰে ঢেকীয়াপতিয়াটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’বলগীয়া হয় প্ৰেমা কোঁচ নামৰ এজন লোক ৷ বন বিভাগক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো এই পৰ্যন্ত বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.