thumbnail

By

Published : Oct 15, 2022, 7:04 PM IST

ETV Bharat / Videos

Youth died: দিচাং নদীত গা-ধুবলৈ গৈ যুৱকৰ সলিল সমাধি

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমীপৰ নাহৰণি গাঁৱত অঘটন । গাঁওখনৰ মোহন গড়ৰ পুত্ৰ বুদ্ধেশ্বৰ গড় নামৰ যুৱকজনে শনিবাৰে দুপৰীয়াভাগত বৰবাম পঞ্চায়তৰ দিচাং নদীত সমনীয়াৰ সৈতে সাঁতুৰি থাকোতে বুৰ যায় দিচাঙৰ বুকুত(Youths died while bathing Moran) । উল্লেখযোগ্য যে মুঠ ৪ জন যুৱকে নদীখনত গা ধুই থাকোতে ভালকৈ সাঁতুৰিব নজনা যুৱকজন নদীৰ পানীত বুৰ যায়(Youth drown in Moran) । ডিব্ৰুগড়ৰ পৰা অহা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱক জনৰ মৃতদেহ । সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.