thumbnail

আগন্তুক তিনি দিনৰ বাবে বন্ধ হ'ল শক্তিপীঠ মা কামাখ্যাৰ মুখ্য দুৱাৰ

By

Published : Jun 22, 2022, 10:27 PM IST

উখল-মাখল নীলাচল পাহাৰ ৷ অম্বুবাচী উপলক্ষে নীলাচল পাহাৰত সমাগম ঘটিছে দেশ-বিদেশৰ অগনন ভক্তৰ ৷ ৰীতি অনুসৰি বুধবাৰে নিশা ৮ বাজি ১৮ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হয় । অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে মা কামাখ্যা মন্দিৰৰ মুখ্য দুৱাৰ বন্ধ কৰি দিয়া হয় (Main door closed of Shaktipeeth Maa Kamakhya) ৷ ২৩, ২৪, ২৫ জুনত ভক্তৰ বাবে বন্ধ থাকিব মন্দিৰৰ দুৱাৰ । ২৬ জুনত পুৱা নিত্য পূজাৰ পাচতহে ভক্তৰ বাবে খুলি দিয়া হ'ব মন্দিৰৰ মুখ্য দুৱাৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.