thumbnail

By

Published : Jul 6, 2022, 10:23 PM IST

ETV Bharat / Videos

Landslide in Manipur: মণিপুৰৰ ভূমিস্খলনত প্ৰাণ হেৰুওৱা জোনটি বৰদলৈৰ অন্ত্যষ্টিক্ৰিয়া সম্পন্ন

মণিপুৰৰ ননী জিলাৰ টুপুলত সংঘটিত ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুওৱা মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলি অঞ্চলৰ নিবাসী তথা নৱমজন শ্ৰমিক জোনটি বৰদলৈৰ নশ্বৰ দেহ নিজ বাসগৃত উপস্থিত হোৱাৰ পিছতে বুধবাৰে যুৱকজনৰ অন্ত্যষ্টিক্ৰিয়া সম্পন্ন কৰা হয় (Funeral of Jonti Bordoloi)৷ যুৱকজনৰ মৃত্যুৰ এই খবৰৰ পিছৰে পৰা বৰ্তমানেও অঞ্চলজুৰি শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.