thumbnail

By

Published : Sep 16, 2021, 7:09 PM IST

ETV Bharat / Videos

যুৱ প্ৰজন্মই আঁতৰাব লাগিব ৰাজনীতিৰ লেতেৰাখিনি: জয়পুৰৰ পৰা নোমল মমিনৰে বিশেষ সাক্ষাৎকাৰ

'যুৱক-যুৱতীসকলে ৰাজনীতিক লেতেৰা বুলি বিবেচনা কৰে । কিন্তু তেওঁলোকে এই লেতেৰা আঁতৰাবলৈ ৰাজনীতিত প্ৰৱেশ কৰিব লাগিব ।' জয়পুৰত অনুষ্ঠিত ভাৰতীয় যুৱ সংসদৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য প্ৰকাশ কৰে অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে ৷ মমিনে কয়, ৰাজনীতিৰ ক্ষেত্ৰখনত বাহিৰৰ পৰা বহুতো বস্তু লেতেৰা দেখা যায় । কিন্তু সেই লেটেৰাবোৰ আঁতৰাই এক সুস্থ ৰাজনীতিৰ পৰিবেশ সৃষ্টি কৰিবলৈ হ'লে যুৱ প্ৰজন্মই ৰাজনীতিত অংশগ্ৰহণ কৰিব লাগিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.