নাজিৰাত বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ ভোটদান

By

Published : Mar 27, 2021, 11:05 AM IST

thumbnail
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউতো আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া । সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে । সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া । নাজিৰা বিধানসভা সমষ্টিৰ ১৫৮ নং ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰিলে ১০৬ নং সোণাৰি বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.