thumbnail

By

Published : Oct 13, 2021, 4:53 PM IST

ETV Bharat / Videos

মহাষ্টমী উপলক্ষে দীৰ্ঘেশ্বৰী দেৱালয়ত ভক্তৰ সমাগম

মহা অষ্টমীৰ উপলক্ষে দেৱীৰ আশীষ ল'বলৈ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়তো ভিৰ কৰিলে হাজাৰ হাজাৰ ভক্তই ৷ দেৱালয়ত মহাষ্টমী উপলক্ষে এইবেলি বলিৰ পৰিবৰ্তে দুটা মহ মুকলি কৰি দিয়া হয় অৰণ্যত । অষ্টমী পূজাত শক্তি পীঠৰ পৰম্পৰা ৰক্ষা কৰি দেৱীৰ উদ্দেশ্যে আগবঢ়োৱা হয় সীমিত বলি । দক্ষিনা কালি মন্দিৰ খ্যাত দীৰ্ঘেশ্বৰী দেৱালয়ক কোৱা হয় জাগ্ৰত দেৱীৰ পীঠ স্থান বুলিও । প্ৰবাদ আছে ভাৰতৰ ৫২খন পীঠৰ ভিতৰত অন্যতম দীৰ্ঘেশ্বৰী দেৱালয় দৰ্শন কৰিলে কাশী ,পুৰী বৃন্দাবন দৰ্শনৰ সমপৰ্যায়ৰ পূণ্য হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.