যাদুকৰ বিক্ৰম আহি আছে জ্যোতিষীৰ ৰূপত

By

Published : Feb 5, 2022, 11:27 AM IST

thumbnail

যাদুকৰ বিক্ৰমক এতিয়াৰে পৰা দেখিবলৈ পোৱা যাব জ্যোতিষী ৰূপেও (Magician Bikram turns astrologer) । বিভিন্ন মাধ্যমত যাদু প্ৰদৰ্শনেৰে চৰ্চ্চা লাভ কৰি অহা যাদুকৰ বিক্ৰমে এগৰাকী জ্যোতিষী ৰূপেও চৰ্চ্চা অব্যাহত ৰাখিছিল । সেই অনুসাৰে বিক্ৰমে পাঠশালাত শুকুৰবাৰে মুকলি কৰে এটা জ্যোতিষ কেন্দ্ৰ । কেন্দ্ৰটো মুকলি অনুষ্ঠানত কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে l বিশেষ ভাৱে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ(AJP Chief Lurinjyoti Gogoi) , জগদীশ ভুঞাঁ, কে আদি কৰি অভিনেতা ৰাজকুমাৰ প্ৰমুখ্যে কেবা গৰাকী লোকে আজি বিক্ৰমৰ এনে প্ৰচেষ্টাত সঁহাৰি জনাই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ।এই কেন্দ্ৰটো কোনো ব্যৱসায় ভিত্তিক নহয় বৰং মানুহৰ সেৱাৰ অৰ্থে হ’ব বুলি স্পষ্ট কৰি দিয়ে বিক্ৰমে l

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.