thumbnail

বিজেপি আইটি চেলে সমস্ত শক্তি লগালেও থমকি নৰওঁ : জ্ঞানশ্ৰী বৰা

By

Published : Oct 30, 2021, 5:07 PM IST

ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাই ৰঞ্জন কুমাৰ বৰা নামৰ ব্যক্তিজনৰ বিৰুদ্ধে ইতিমধ্যে ডিমৌ থানাত দাখিল কৰিছে এজাহাৰ । জ্ঞানশ্ৰী বৰাৰ বিৰুদ্ধে অশ্লীল মন্তব্য প্ৰকাশ কৰিছিল ৰঞ্জন কুমাৰ বৰাই ৷ শনিবাৰে ইটিভি ভাৰতৰ আগত জ্ঞানশ্ৰী বৰাই কয়, 'বিজেপি আই টি চেলৰ কৰ্মীৰ নিকৃষ্ট ৰাজনীতিয়ে হতাশ নকৰে । মোক প্ৰত্যাহ্বান জনালেও মই স্তব্ধ নহওঁ । কোনো শক্তিয়ে ৰোধিব নোৱাৰে জ্ঞানশ্ৰী বৰাক।' আনহাতে বিজেপি আই টি চেলৰ কৰ্মী হোৱা বাবেই এজাহাৰ দিয়াৰ পাছতো আৰক্ষীয়ে এই মুহুৰ্তলৈকে ব্যৱস্থা গ্ৰহণ নকৰাত চিন্তিত জ্ঞানশ্ৰী বৰা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.