ETV Bharat / state

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ এই সপ্তাহটো ? - WEEKLY HOROSCOPE

কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশিফল...

Weekly Horoscope for 12th January to 18th January 2025
সপ্তাহটোৰ ৰাশিফল... (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2025, 6:51 AM IST

মেষ ৰাশি : শুভ সপ্তাহ । কেৰিয়াৰ পৰিৱৰ্তন কৰিব বিচৰা চাকৰিয়াল লোকসকলৰ বাবে এয়া শুভ সময় নহয় ৷ ব্যৱসায়ীসকলে এই সপ্তাহত অত্যধিক আত্মবিশ্বাসী হৈ পৰিব পাৰে । এনে পৰিস্থিতিত এতিয়াই কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব । স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহত মানসিক চাপৰ সন্মুখীন হ’ব পাৰে ৷ বিবাহিত লোকসকলৰ বৈবাহিক জীৱনত মতানৈক্য হ’ব পাৰে ৷ ৰোমাণ্টিক সম্পৰ্ক সফল নহ’বও পাৰে । শিক্ষাৰ্থীৰ ক্ষেত্ৰত একাগ্ৰতাৰে পঢ়িলেহে সাফল্য লাভ কৰিব । আৰ্থিকভাৱে এই সপ্তাহটো অতি ব্যয়বহুল ৷ একো সঞ্চয় কৰিব নোৱাৰিব ।

বৃষ ৰাশি : এই সপ্তাহটো মিশ্ৰিত ফল লাভ কৰিব । স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ যত্ন লোৱা উচিত ৷ তলপেটত বিষ অনুভৱ কৰিব পাৰে । এই সপ্তাহত কৰ্মচাৰীসকলে নিজৰ কামৰ সৈতে জড়িত হৈ যাত্ৰা কৰিব পাৰে ৷ ব্যৱসায়ৰ মালিকসকলে নিজৰ কোম্পানীত উত্থান-পতনৰ সন্মুখীন হ’ব পাৰে । এই সপ্তাহত ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত ইতিবাচক ফলাফল দেখিবলৈ পাব । প্ৰেমত শুভ ৷ মাটি-বাৰী আৰু আৰ্থিক বিষয়ৰ বাবে অনুকূল হ’ব । মাটি সম্পৰ্কীয় উদ্যোগত বিনিয়োগ কৰিবলৈ মন কৰিলে লাভ হ’ব পাৰে ।

মিথুন ৰাশি : এই সপ্তাহটো অনুকূল হ’ব । স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহটোত উত্তম ৷ অৱশ্যে অসাৱধান হ’লে পুৰণি বেমাৰ হ’ব পাৰে ৷ চাকৰিয়াল লোকসকলৰ বাবে সময়খিনি লাভজনক হ’ব । যদি আপুনি চাকৰি সলনি কৰাৰ সিদ্ধান্ত লৈছে, তেন্তে এয়া ভাল সময় । কিন্তু ব্যৱসায়ীসকল সাৱধান হোৱা উচিত, কিয়নো তেওঁলোকে কিছু লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে । প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত বিভ্ৰান্তি আৰু অনিশ্চয়তা দেখা যাব পাৰে । টকা-পইচাৰ সন্দৰ্ভত এই সপ্তাহত সতৰ্কতা অৱলম্বন কৰক ৷

কর্কট ৰাশি : এই সপ্তাহটো অতি অনুকূল হ’ব । স্বাস্থ্যৰ ক্ষেত্ৰত সকলো ভালেই থাকিব, কিন্তু বতৰৰ পৰিৱৰ্তনৰ ফলত চৰ্দি বা কাহৰ দৰে সমস্যাত ভুগিব পাৰে । এই সপ্তাহত আয় যথেষ্ট বৃদ্ধি হ’ব ৷ এই সপ্তাহত চাকৰিয়াল লোকসকল কাৰ্যালয়ৰ ৰাজনীতি সন্দৰ্ভত কিছু সাৱধান হ’ব লাগিব । ব্যৱসায়ীসকলে যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত । প্ৰেমত শুভ ৷ কিছুদিনৰ পৰা মানসিক চাপত ভুগি থকা লোকসকলে বিশেষজ্ঞৰ দিহা বা কাউন্সেলিঙে সহায় কৰিব পাৰে ।

সিংহ ৰাশি : এই সপ্তাহটো অনুকূল হ’ব । আকাংক্ষিত ফল লাভ কৰিব ৷ ব্যৱসায়ীসকলৰ বাবে শুভ সপ্তাহ ৷ যদি নিজৰ ধন মাটি-বাৰীৰ ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰে, তেন্তে আপুনি ধন উপাৰ্জন কৰিব পাৰিব । শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ মন কৰে, তেন্তে নিজৰ ধন হেৰুওৱাৰ আশংকা আছে । ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহত কোনো সমস্যাৰ ফলত সম্পৰ্কত ফাঁট মেলিব পাৰে । বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো অশান্তি আৰু উদ্বিগ্নতা আহিব পাৰে । স্বাস্থ্যৰ কথা ক’বলৈ গ’লে, মানসিক চাপত ভুগিব পাৰে ।

কন্যা ৰাশি : এই সপ্তাহটো শুভ হ’ব । ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে বজাৰৰ বিষয়ে বহু কথা জনা বাবে কাৰোবাক লগ পাব পাৰে । এই সপ্তাহত চাকৰিয়াল লোকসকলক গ্ৰহ-নক্ষত্ৰই সম্পূৰ্ণৰূপে সহায় কৰিব । নিজৰ কামত নিজৰ সমস্ত প্ৰয়াস তথা মনোযোগ প্ৰদান কৰিব । এই সপ্তাহত প্ৰচুৰ ধন উপাৰ্জন কৰিব । অৱশ্যে ব্যয়ো সমানেই হ’ব পাৰে । ৰোমান্টিক সম্পৰ্কৰ কথা ক’বলৈ গ’লে, ভালপোৱা ব্যক্তিজনক কোনোধৰণৰ সন্দেহ নকৰাটোৱেই ভাল হ’ব । এই সপ্তাহটো বিবাহিত লোকসকলৰ বাবেও শুভ হ’ব ৷ স্বাস্থ্যৰ কথা ক’বলৈ গ’লে, এই সপ্তাহৰ আৰম্ভণিতে সামান্য অসুস্থ অনুভৱ কৰিব পাৰে ।

তুলা ৰাশি : এই সপ্তাহটো শুভ হ’ব । শিক্ষাৰ্থীসকলে নিজৰ কামত মনোনিৱেশ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব । কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে সাফল্য লাভ কৰিব পাৰে । ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত অহংকাৰী আচৰণে আপোনালোকৰ সম্পৰ্কৰ ক্ষতি কৰিব পাৰে । এনে পৰিস্থিতিত নিজৰ আচৰণ সলনি কৰিবলৈ চেষ্টা কৰক । এই সপ্তাহত বিবাহিতসকলে কোনো ধৰণৰ তৰ্ক-বিতৰ্ক নকৰিব ৷ কেৰিয়াৰৰ অগ্ৰগতিৰ বাবে এই সপ্তাহত আপুনি সম্পূৰ্ণ নিষ্ঠা তথা যত্ন সহকাৰে কাম কৰি যাব লাগিব । এই সময়ছোৱাত আপুনি সজাগ হ’ব লাগিব, যাতে কোনেও আপোনাৰ পৰিকল্পনা নষ্ট কৰিব নোৱাৰে । এই সপ্তাহটো আপোনাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ দুৰ্বল হ’ব ৷ পেটৰ বিষ হ’ব পাৰে ৷

বৃশ্চিক ৰাশি : এই সপ্তাহটো ভালেৰে যাব । পেছা আৰু ব্যৱসায়ৰ বিষয়ে আলোচনা কৰি কিছুমান নতুন লোকক লগ পাব পাৰে, যিসকলে আপোনাক আপোনাৰ কোম্পানীটো আগবঢ়াই নিয়াত সহায় কৰিব পাৰে । এই সপ্তাহত কৰ্মৰত লোকসকলে সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব । যদি আপোনাৰ কোনোবা বন্ধুৱে কিছুদিন ধৰি ধাৰে লোৱা ধন ওভতাই দিয়া নাছিল, তেন্তে এই সপ্তাহত আপুনি সেই ধন ঘূৰাই পাব পাৰে । প্ৰেম সম্পৰ্ক ভাল ৷ বিবাহিত লোকসকলৰ জীৱনত বিবাদ সৃষ্টি হ’ব পাৰে । স্বাস্থ্যৰ দিশৰ পৰা এই সপ্তাহত তাপমাত্ৰাৰ পৰিৱৰ্তনৰ ফলত চৰ্দি বা কাহৰ দৰে সমস্যাত ভুগিব পাৰে ।

ধনু ৰাশি : এই সপ্তাহটো অনুকূল হ’ব । ব্যৱসায়ীসকলে বিদেশী কোম্পানীৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ সম্ভাৱনা আছে । এই সপ্তাহত চাকৰিয়াল লোকসকলে তেওঁলোকৰ কঠিন পৰিশ্ৰমৰ বাবে ভূয়সী প্ৰশংসা লাভ কৰিব । যদি কোনো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে তাত সফল হ’ব । ৰোমাণ্টিক সম্পৰ্কৰ কথা ক’বলৈ গ’লে সংগীৰ সৈতে মিলাপ্ৰীতি বজাই ৰাখিবলৈ যথাসাধ্য চেষ্টা কৰক । বৈবাহিক জীৱন আনন্দময় ৷ জীৱন সংগীৰ সৈতে ভ্ৰমণৰ যোগ ৷ স্বাস্থ্যৰ কথা ক’বলৈ গ’লে, এই সপ্তাহত শাৰীৰিক বিষত ভুগিব পাৰে । এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা তথা প্ৰতিদিনে কিছু সময় ৰ’দত বহা উচিত ।

মকৰ ৰাশি : এই সপ্তাহটো অতি অনুকূল হ’ব । কৰ্মচাৰীসকলে কৰ্মক্ষেত্ৰত নিজৰ সামৰ্থৰ বাবে স্বীকৃতি লাভ কৰিব পাৰে । ব্যৱসায়ীসকলে সময়ৰ সুবিধা লাভ কৰিব । স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহত আপুনি যথেষ্ট দুৰ্বল অনুভৱ কৰিব পাৰে, গতিকে কামৰ মাজতে কিছু সময় জিৰণি লওক । আৰ্থিক ক্ষেত্ৰত সময় আপোনাৰ পক্ষত আছে । দৈনিক ভাল উপাৰ্জন তথা বন্ধু-বান্ধৱীৰ পৰা আৰ্থিক সহায় লাভ কৰিব । এই সপ্তাহত শৈক্ষিক ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে তথা পঢ়া-শুনাত মনোনিৱেশ কৰাটো কঠিন হ’ব পাৰে । এই সপ্তাহত আপোনাৰ ৰোমান্টিক সম্পৰ্ক মধুৰ হ’ব ।

কুম্ভ ৰাশি : এই সপ্তাহটো অতি লাভদায়ক হ’ব । চাকৰিয়াল লোকসকলে যি ক্ষেত্ৰতে কাম কৰিব তাতেই দক্ষতা অৰ্জন কৰিব পাৰিব । চাকৰিৰ ক্ষেত্ৰত আপোনাৰ প্ৰয়াসক যথেষ্ট গুৰুত্ব দিয়া হ’ব । স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো অতি উত্তম । চাকৰিয়াল লোকসকলেও সময়ৰ সুবিধা লাভ কৰিব, পদোন্নতি হ’ব পাৰে । ব্যয় যথেষ্ট বৃদ্ধি হ’ব পাৰে । ৰোমাণ্টিক সম্পৰ্ক যিকোনো কাৰণত তিক্ত হৈ পৰিব পাৰে । ইয়াৰ উপৰিও বৈবাহিক জীৱনত উদ্বেগ থাকিব পাৰে । এনে পৰিস্থিতিত যিমান পাৰি সংযত হৈ সংগীৰ সৈতে সম্পৰ্ক মধুৰ কৰি ৰাখক ।

মীন ৰাশি : এই সপ্তাহটো অনুকূল হ’ব । ব্যৱসায় কৰা লোকসকলে সাফল্য লাভ কৰিব পাৰে । চাকৰিয়াল লোকসকলেও এই সময়ছোৱাত লাভ প্ৰাপ্ত কৰিব ৷ তত্বাৱধায়ক আৰু সহকৰ্মীসকলে এই সময়ত আপোনাৰ শলাগ ল’ব পাৰে । স্বাস্থ্যৰ কথা ক’বলৈ গ’লে, কিছুমান কামে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত আপুনি অসুস্থ হৈ পৰিব পাৰে । ৰোমান্টিক সম্পৰ্কৰ কথা ক’বলৈ গ’লে, এই সপ্তাহত নিজৰ সংগীৰ সৈতে সময় কটাব । এই সপ্তাহত বৈবাহিক জীৱনত গঢ়ি উঠা ব্যৱধান সামান্য হ্ৰাস পাব পাৰে । আৰ্থিকভাৱে এই সপ্তাহটো সৰ্বোত্তম হ’ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.