ভৱানীপুৰৰ উত্তৰ বৰটাৰী ৬৬ নং ভোটকেন্দ্ৰত বিকল ইভিএম

By

Published : Oct 30, 2021, 12:07 PM IST

thumbnail

শনিবাৰে পুৱা 7 বজাৰ পৰা পাঁচ সমষ্টিত উপ নিৰ্বাচনৰ বাবে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ভোটগ্ৰহণ চলি থকাৰ মাজতে ভৱানীপুৰ সমষ্টিৰ উত্তৰ বৰটাৰী ৬৬ নং ভোটকেন্দ্ৰত বিকল হৈ পৰে ইভিএম ৷ ৭২ গৰাকী লোকৰ ভোটদান হৈ যোৱাৰ পিছতে আকস্মিকভাৱে বন্ধ হৈ পৰে ইভিএম ৷ ইভিএম বিকল হোৱাৰ বাবে প্ৰায় 30 মিনিটৰ বাবে বন্ধ হৈ পৰে ভোটদান প্ৰক্ৰিয়া ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.