thumbnail

By

Published : Apr 12, 2021, 4:18 PM IST

ETV Bharat / Videos

ৰঙালীক আদৰিবলৈ কলিয়াবৰত সাজু হৈছে বিভিন্ন বিহু দল

উদুলি-মুদুলি অসমীয়াৰ পদূলি ৷ এতিয়া বিহু বতৰ ৷ প্ৰতিজন অসমীয়াৰ মনলৈ এতিয়া বহাগৰ নামিছে ৷ চলাইছে এতিয়া ৰঙলীক আদৰাৰ প্ৰস্তুতি ৷ বিগত ২৭ টা বছৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিহু নৃত্য কৰি অহা কলিয়াবৰৰ ফ্ৰেণ্ডশ্বিপ ক্লাৱ নামৰ বিহু দলটোৱেও ইতিমধ্যে প্ৰস্তুতি সমাপ্ত কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.