thumbnail

By

Published : Dec 23, 2021, 7:37 PM IST

Updated : Dec 25, 2021, 12:39 PM IST

ETV Bharat / Videos

ISRO ৰ বিজ্ঞানীৰ ৰূপত আন এগৰাকী অসম সন্তান

নিজৰ একাগ্ৰতা আৰু সাধনাৰে ৰাজ্যবাসীক পুনৰ গৌৰৱান্বিত কৰিলে এজন অসম সন্তানে । এইবাৰ ইছৰ’(ISRO) ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে অসম সন্তান তিতাবৰৰ যুৱক অলকেশ কলিতা(Assamese boy joins ISRO) । অলকেশ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (Indian Space Research Organisation) চমুকৈ ইছৰ’ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া উৎফুল্লিত হৈ পৰিছে তিতাবৰৰ লগতে সমগ্ৰ ৰাজ্যবাসী । তিতাবৰ মাজগাঁৱৰ নিবাসী পৰাগ কলিতা আৰু বৰ্ণালী কলিতাৰ পুত্ৰ অলকেশ কলিতাই ৮ জানুৱাৰীত চণ্ডীগড়ৰ SCL ত ইছৰ’ৰ বিজ্ঞানী হিচাপে যোগদান কৰিব । ছাত্ৰ অৱস্থাৰে পৰা অত্যন্ত মেধাৱী অলকেশৰ সৈতে ETV Bharat Assam ৰ সাংবাদিক অনমোল যাদৱৰ এক আছুতীয়া সাক্ষাৎকাৰ...
Last Updated : Dec 25, 2021, 12:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.