thumbnail

By

Published : Sep 7, 2020, 3:28 PM IST

ETV Bharat / Videos

আছুৰ সৈতে একত্ৰিত হৈ নিৰ্বাচন খেলাৰ আহ্বান অখিল গগৈৰ

কৃষক নেতা অখিল গগৈৰ গুৰুত্বপূৰ্ণ ঘোষণা ৷ আছুৰ সৈতে একত্ৰিত হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিক নিৰ্বাচন খেলাৰ আহ্বান গগৈৰ ৷ সোমবাৰে অখিল গগৈক স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনাৰ সময়তে এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ গগৈৰ মতে,আঞ্চলিক দল 10-15 টা হ’লেই নহ’ব ৷ একত্ৰিত হৈ সকলোৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব ৷ গগৈক কাৰাগাৰৰ পৰা নিৰ্বাচন খেলিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই সন্দৰ্ভত এতিয়ালৈ কোনো কথা নভবাৰ লগতে কা আন্দোলন চলাই যাব লাগে বুলি ব্যক্ত কৰে ৷

For All Latest Updates

TAGGED:

Akhil Gogoi

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.