thumbnail

By

Published : Apr 12, 2019, 1:19 PM IST

ETV Bharat / Videos

কলকাতা নাইট ৰাইডাৰ্ছৰ গৃহভূমিত দিল্লী কেপিটেলছ

কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব আই পি এল দ্বাদশ সংস্কৰণৰ 26 সংখ্যক মেচ ৷ দিল্লীৰ কেপিটেলছৰ বিৰুদ্ধে যুঁজত নামিব ঘৰুৱা দল কলকাতা নাইট ৰাইডাৰ্ছ ৷ ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা মেচত দিল্লীৰ বিৰুদ্ধে ছুপাৰ অভাৰত পৰাজয়ৰ সন্মুখীন হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ ৷ গতিকে পূৰ্বৰ পৰাজয়ৰ প্ৰতিশোধৰ মনোবৃত্তিৰে শুকুৰবাৰে খেলপথাৰত নামিব দিনেশ কাৰ্তিক নেতৃত্বাধীন কলকাতা দলটো ৷ এই মেচখনক লৈ ইটিভি ভাৰতৰ এক ব্যতিক্ৰমী অনুষ্ঠান আই পি এল বিশেষ..

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.