thumbnail

By

Published : Dec 19, 2022, 3:29 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / Videos

Protest Against Cattle Slaughtering: তিনিচুকীয়াত গো হত্যা বন্ধৰ দাবীৰে বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

গো-হত্যা বন্ধৰ(Cattle Slaughtering) দাবীৰে তিনিচুকীয়াত বিশ্ব হিন্দু পৰিষদ(Vishva Hindu Parishad) আৰু বজৰং দলৰ(Bajrang Dal) প্ৰতিবাদ ৷ তিনিচুকীয়া জিলাৰ থানা চাৰিআলিত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ৷ জিলাখনত দীৰ্ঘ দিনৰ পৰা নীতিবৰ্হিভূত ভাৱে চলি থকা গো-মাংসৰ বিক্ৰী(Beef selling) বন্ধ আৰু ৰমৰমীয়াভাৱে চলি থকা গৰু সৰৱৰাহ(Cattle Smuggling) বন্ধ কৰিবলৈ প্ৰশাসনক দাবী সংগঠন দুটাৰ ৷ সমান্তৰাল ভাৱে কোনো তদন্ত নকৰাকৈ প্ৰশাসনে গো-মাংস বিক্ৰীৰ অনুজ্ঞাপত্ৰ নবীকৰণ কৰাক লৈও সৰৱ হৈ পৰে সংগঠন দুটা ৷ এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠন দুটাৰ নেতৃত্বৰ লগতে উপস্থিত থাকে আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মুনমুন মহন্ত ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.