Library of Books in Dhemaji:ধেমাজি গ্ৰন্থ সম্ভাৰ সংগ্ৰহালয় মুকলি

By

Published : Aug 22, 2023, 3:02 PM IST

thumbnail

ধেমাজি, ২২ আগষ্ট:ধেমাজি জিলাৰ উচ্চ শিক্ষাৰ অন্যতম অনুষ্ঠান ধেমাজি বালিকা মহাবিদ্যালয়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ ৷ ধেমাজিৰ বিভিন্ন লেখক-লেখিকাসকলৰ গ্ৰন্থৰাজি সংগ্ৰহ কৰি একেলগে সকলোৱে পঢ়িব পৰা সুবিধা কৰি দিয়াৰ উদ্দেশ্যে এই মহাবিদ্যালয়ত স্থাপন কৰা হৈছে গ্ৰন্থৰ সংগ্ৰহালয় ৷  

সোমবাৰে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ধেমাজি গ্ৰন্থ সম্ভাৰ সংগ্ৰহালয়ৰ দ্বাৰ মুকলি কৰে ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাই ৷ এই সংগ্ৰহালয়ত থাকিব জিলাখনৰ বিভিন্ন ন-পুৰণি লিখকে লিখা বিভিন্ন বিষয়ৰ গ্ৰন্থ ৷ এই গ্ৰন্থ সম্ভাৰ সংগ্ৰহালয়ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক:BCMS Protest in Dibrugarh : বিভিন্ন সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড়ৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.