thumbnail

By

Published : Aug 26, 2022, 7:36 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

জোনাই পৰিষদীয় সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

শুকুৰবাৰে জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে(Jonai SDO Pradip Kumar) নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, ৰাজনৈতিক নেতা-কৰ্মী আৰু সাংবাদিকৰ উপস্থিতিত দেউৰী স্বায়ত্বশাসিত পৰিষদৰ ১০ নং (জনজাতি) পৰিষদীয় সমষ্টিৰ(DAC Jonai constituency) ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে ৷ প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা অনুসৰি দেউৰী স্বায়ত্বশাসিত পৰিষদৰ ১০ নং (জনজাতি)পৰিষদীয় সমষ্টিত মুঠ পাঁচটা ভোটকেন্দ্ৰৰ খচৰা ভোটাৰৰ সংখ্যা মুঠ ৮৪৩ গৰাকী ৷ ইয়াৰে ৪৩৬ গৰাকী মহিলা ভোটাৰৰ বিপৰীতে পুৰুষ ভোটাৰৰ সংখ্যা ৪০৭ গৰাকী (DAC draft electoral roll Jonai) ৷ অহা ২৬ ছেপ্টেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব (DAC voter list Jonai)৷ অহা ১২ ছেপ্টেম্বৰৰ ভিতৰত খচৰা ভোটাৰ তালিকাখনত থকা আসোঁৱাহ অথবা অন্তৰ্ভুক্তিকৰণ কৰিব পাৰিব ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.