বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত লংকাত ভাৰত মাতা পূজন

By

Published : Oct 4, 2022, 12:02 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

ভাৰতীয় চহকী সভ্যতা সংস্কৃতিক নৱপ্ৰজন্ম তথা ৰাইজৰ আগত আগবঢ়াই দিয়াৰ উদ্যেশেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ভাৰত মাতা পূজন (Bharat Mata Pujan)৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাই জিলাৰ লংকাতো 3 অক্টোবৰৰ পৰা 5 অক্টোবৰলৈ অনুষ্ঠিত হ’ব ভাৰত মাতা পূজন (Bharat Mata Pujan in Hojai) ৷ বিশ্ব হিন্দু পৰিষদৰ লংকা শাখাৰ উদ্যোগত দূৰ্গা বাহিনী আৰু মাতৃ শক্তিৰ তত্বাবধানত বজৰং দলৰ কৰ্মকৰ্তাসকলে(Hojai Bajrang Dal) লংকাৰ মাজমজিয়াত অনুষ্ঠিত কৰিছে ভাৰত মাতা পূজন তথা অষ্টমীপূজা ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.