thumbnail

By

Published : Aug 12, 2022, 10:40 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

ATM fraud detained, সাৱধান ! নলবাৰীত এ টি এম প্ৰৱঞ্চক আটক

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অলীৰ গলীয়ে এতিয়া প্ৰৱঞ্চকৰ টিঘিলঘিলনি (ATM fraud detained in Nalbari)৷ শেহতীয়াকৈ নলবাৰী ষ্টেট বেংকত বেংক সুৰক্ষা কৰ্মীয়ে এটা এটিএম প্ৰৱঞ্চকক আটক কৰে ৷ বেংকৰ ধন উলিওৱা লোকক অনুসৰণ কৰি বাটত লুট চলাই এটিএম সলনি কৰিছিল প্ৰৱঞ্চকটোৱে ৷ প্ৰবঞ্চকটো হ’ল বিহাৰৰ ওম প্ৰকাশ কুমাৰ (Nalbari police arrested a fraud from Bihar)৷ ওম প্ৰকাশৰ পৰা আৰক্ষীয়ে কেইবাখনো এটিএম উদ্ধাৰ কৰে ৷ লগতে দুই হাজাৰ টকীয়া এখন নোটসহ সম আকৃতিৰ কাগজৰ বাণ্ডিল এটা উদ্ধাৰ কৰে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.