যুৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তিঃ পৰিত্ৰাণ কেনেকৈ ? - নিচামুক্তি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 19, 2020, 10:10 PM IST

Updated : Feb 20, 2020, 7:24 AM IST

দেশৰ লগতে অসমতো যথেষ্ট হাৰত বৃদ্ধি পাইছে নিচাসক্তৰ সংখ্যা । বৰ্তমান বিশেষকৈ ১৮ অনুৰ্ধৰ ল'ৰা-ছোৱালীৰ আসক্তি বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায় । প্ৰথমে বন্ধুৰ স'তে সাংস্কৃতিক সন্ধিয়াৰ আনন্দত মতলিয়া হয়.. তাৰ পাচত বিভিন্ন অজুহাতত, শেষলৈ অভ্যাসত আৰু সদৌ শেষত নৰক যান্ত্ৰণাত পৰিণত হয় এই নিচা ৷ হয়তো এয়াই নিচা আসক্তৰ জীৱনৰ অবাঞ্চিত জীৱন যাত্ৰা ৷ কিন্তু এই সমস্যাৰ সমাধানৰ বাবে আগুৱাই আহিছে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংস্থা ৷ উক্ত প্ৰতিবেদনৰ বাবে আমি কাষ চাপিছিলো গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত 'নিৰ্মাণ' নিচামুক্তি কেন্দ্ৰৰ ৷ এই প্ৰতিবেদনৰ উদ্দেশ্য "নিচা আসক্ত সকলৰ চিকিৎসা প্ৰক্ৰিয়া কিদৰে চ'লে" " চৰকাৰ , সমাজ তথা পৰিয়ালৰ কি কি দায়বদ্ধতা" লগতে "উঠি অহা প্ৰজন্মৰ পৰা নিচা আসক্তি কেনেদৰে নিৰ্মূল কৰিব পাৰি".....
Last Updated : Feb 20, 2020, 7:24 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.