ওড়িশাত ঘূৰ্ণীবতাহ য়াছৰ ব্যাপক প্ৰভাৱ - ভূমিস্খলন
🎬 Watch Now: Feature Video
ওড়িশাৰ ধামৰাৰ পৰা 60 কিল’মিটাৰ দূৰত্বত সাগৰপৃষ্ঠত অৱস্থান ঘূৰ্ণী বতাহ য়াছৰ ৷ সম্প্ৰতি ঘূৰ্ণী বতাহৰ চলাচল প্ৰতি ঘণ্টাত প্ৰায় 12 কিল’মিটাৰ বেগত গতি কৰিছে ৰাজ্যখনত ৷ এই ঘূৰ্ণীৰ বাবে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ভূমিস্খলনৰ আশংকা কৰা হৈছে ৷ বুধবাৰে পুৱা প্ৰায় 10-11 বজাত ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় 130 কিল’মিটাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ ওড়িশাৰ বসুদেৱপুৰ-বাহানাগা অঞ্চলত ইতিমধ্যে ভূমিস্খলন আৰম্ভ হৈছে ৷
Last Updated : May 26, 2021, 11:28 AM IST