মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল LIVE - CM HIMANTA BISWA SARMA

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 11:29 AM IST

Updated : Aug 28, 2024, 12:02 PM IST

thumbnail
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন চলি থকা মাজতে আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰ এক সংবাদমেলৰ আয়োজন কৰে ৷ দিছপুৰ লোকসেৱা ভৱনত আয়োজন কৰা হয় এই সংবাদমেল ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব বুলি জানিব পৰা হৈছে ৷ইয়াৰ পূৰ্বে মঙলবাৰে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ সদনত অসমৰ জনগাঁথনি সলনি হোৱাৰ ক্ষেত্ৰত মুছলমানৰ জনসংখ্যা বৃদ্ধিয়ে প্ৰভাৱ পেলোৱা, হিন্দুৰ পলায়ন, মুছলমানৰ বহুবিবাহ আদি বিষয়ক বক্তব্য দিয়ে ৷ সদনত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক উদ্দেশ্যিও কেইবাটাও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ 
Last Updated : Aug 28, 2024, 12:02 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.