thumbnail

By

Published : Sep 22, 2020, 1:22 PM IST

ETV Bharat / Videos

জুবিন গাৰ্গৰ সৈতে Exclusive সাক্ষাৎকাৰ দ্বিতীয় খণ্ড

মিছন চাইনা,কাঞ্চনজংঘাৰ পিচত হিন্দী চিনেমা নিৰ্মাণ কৰিব জুবিন গাৰ্গে ৷ গান চিনেমাৰ মাজতে জুবিন গাৰ্গে ক'লে বহু কথা৷ কা আন্দোলনটোত জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল নেকি একাংশ দল সংগঠনৰ নেতাই ? কা আন্দোলনত আছুৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থকাৰ পিচতো জুবিন গাৰ্গক কিয় খবৰ এটাও দিয়া নহ'ল আছুৰ ৰাজনৈতিক দল খোলাৰ সময়ত, ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আছিল নেকি কা আন্দোলন ? কি কয় জুবিন গাৰ্গে ? সকলো সামৰি বিভিন্ন প্ৰসংগেৰে ইটিভি ভাৰতত প্ৰথমবাৰলৈ জুবিন গাৰ্গৰ আচুতীয়া সাক্ষাৎকাৰ ৷ মন্ত্ৰী বিধায়কবোৰ পাপৰহে মাত্ৰ শব্দ বেছি,সোৱাদ কম,আমি সদিচ্ছাৰে কা আন্দোলনত ভাগ লৈছিলো কিন্তু দুই এজন সুবিধাবাদীয়ে নিজৰ অংক কৰি সুবিধা ল'ব এতিয়া-জুবিন গাৰ্গ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.