ETV Bharat / bharat

তুলা ৰাশিৰ জাতক-জাতিকাৰ প্ৰেমৰ বাবে উত্তম সময়... মিথুন ৰাশিৰ চাকৰিয়ালৰ পদোন্নতিৰ যোগ...কি কয় জ্যোতিষ শাস্ত্ৰই... - DAILY HOROSCOPE

Daily Horoscope: কোন কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে আজি দিনটো উত্তম ৷ কোন ৰাশিৰ লোকে আজি কৰিব পাৰিব বিনিয়োগ ৷ জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2024, 9:59 AM IST

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । পৰিয়ালত শুভ অনুষ্ঠান হ’ব পাৰে । নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময় । অৱশ্যে কাম আৰম্ভ কৰাৰ আগতে ভালদৰে বিবেচনা কৰি ল’ব ৷ নিজৰ স্বাস্থ্য আৰু আৰ্থিক অৱস্থাৰ প্ৰতি চকু দিয়ক । কোনো কাম প্ৰয়োজনতকৈ অধিক নকৰিব ।

বৃষ ৰাশি: কিবা এটা কথাই আপোনাক এতিয়াও আমনি দি আছে, আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ বিষয়ত এতিয়াও কোনো সিদ্ধান্ত ল’ব পৰা নাই । আপুনি প্ৰচণ্ড দুঃশ্চিন্তাত থাকিব এইবোৰ কথাক লৈ ৷ ই আপোনাৰ কামতো বাধা সৃষ্টি কৰিব পাৰে। সাৱধানে থাকক ।

মিথুন ৰাশি: ব্যৱসায় আৰু ব্যৱসায় সম্বন্ধীয় সকলো ধৰণৰ কামৰ বাবে আজিৰ দিনটো বৰ ভাল । আজি আপুনি য’তেই হাত দিব, তাতেই ভাগ্যই লগ দিব । ব্যৱসায়-বাণিজ্যত ৰাজহ বৃদ্ধি হ’ব, বিনিয়োগ আদিৰ পৰা অত্যধিক লাভাংশ পাব । বন্ধুসকলৰ দ্বাৰা উপকৃত হ’ব । যিসকল বৃত্তিধাৰীয়ে নতুন আৰু আকৰ্ষণীয় কাম বিচাৰি আছে, তেওঁলোকে গুপ্তধনৰ সন্ধান পাব পাৰে । চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত কামৰ বাবে প্ৰশংসিত হ’ব, পদোন্নতি হ’ব পাৰে । বিবাহ প্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ ।

কৰ্কট ৰাশি: আজি দিনটো আপোনাৰ বাবে শুভ হ’ব ৷ বিৰল উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে ৷ কৰ্মক্ষেত্ৰত আৰু ঘৰত সময় সুখেৰে পাৰ হ’ব ৷ মাতৃ আৰু তেওঁৰ জ্ঞান-অভিজ্ঞতাৰ দ্বাৰা উপকৃত হ’ব । অনুকূল গ্ৰহৰ প্ৰভাৱত আপোনাৰ সন্মান আৰু আৰ্থিক অৱস্থানৰ উন্নতি হ’ব ।

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । গৱেষণাগাৰত কাম কৰি প্ৰত্যাশিত ফল পোৱাৰ বাবে আপুনি স্বাভাৱিকৰ তুলনাত অধিক কাম কৰিবলগীয়া হ’ব পাৰে ৷ আপুনি অত্যধিক চিন্তাত থাকিব পাৰে ৷ শৰীৰ ভালে নাযাব বা অৱশ অনুভৱ কৰিব ৷ কোনোবাৰ কথাত খং উঠিলেও সেয়া প্ৰকাশ নকৰিব । তৰ্ক-বিতৰ্ক কৰা মানুহৰপৰা দূৰত থাকক ।

কন্যা ৰাশি: আপোনাৰ মনত হয়তো অপেক্ষাকৃত কোনো বিদ্ৰোহাত্মক চিন্তা সক্ৰিয় হৈ আছে, যিয়ে কৰিব ভাবি চিন্তি কৰিব । আপোনাৰ স্বৰূপ আৰু মূল্যবোধৰ বিৰুদ্ধে যোৱা কোনো কাম কৰিবলৈ নাযাব । ব্যয়বৃদ্ধি হ’ব পাৰে আৰু পৰিস্থিতিও হতাশাজনক হ’ব পাৰে । বৰ বেছি উত্তেজিত হৈ নুঠিব, নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক ।

তুলা ৰাশি: আপোনাৰ প্ৰেমত এক অতি উত্তম সময় আহি আছে । বিবাহিতসকলে নিজৰ জীৱনসংগী বা সংগিনীৰ প্ৰতি প্ৰেমক নতুনকৈ আৱিষ্কাৰ কৰিব পাৰে, তেওঁলোকে দ্বিতীয়বাৰ মধুচন্দ্ৰিমাত যাব পাৰে । অবিবাহিতসকলৰ বাবেও ভাল খবৰ আহিব পাৰে । আপুনি জীৱনৰ এক সর্বোৎকৃষ্ট সময় উপভোগ কৰিব । ব্যৱসায়ী আৰু বৃত্তিধাৰীসকলৰ বাবে সময় ভাল । আপোনাৰ সামাজিক মান বৃদ্ধি পাব পাৰে ।

বৃশ্চিক ৰাশি: পুৱাৰেপৰা আপুনি হঠাতে নিজক তজবজীয়া অনুভৱ কৰিব, ইতিবাচক পৰিৱেশ অনুভৱ কৰিব । অংশীদাৰ আৰু সহকৰ্মীসকলৰপৰা সহযোগিতা লাভ কৰিব আৰু পিতৃ-মাতৃৰপৰা উৎসাহজনক সংবাদ পাব । আৰ্থিক লাভৰ যোগ আছে । ৰৈ থকা কামবোৰ আপুনি অতি সহজতে সম্পন্ন কৰিব পাৰিব ।

ধনু ৰাশি: আপোনাৰ গ্ৰহৰ জটিল অৱস্থান এতিয়াও ঠিক হোৱা নাই । সেই কাৰণে আপুনি অসুস্থ আৰু মানসিকভাৱে অস্থিৰ হৈ থাকিব পাৰে । খোৱালোৱা ক্ষেত্ৰত সতৰ্ক থাকক, হজম সম্বন্ধীয় সমস্যাত ভুগিব পাৰে । সন্তানক লৈ দুশ্চিন্তাত থাকিব ৷ কিতাপ পঢ়া বা সৃজনশীল কামত মনোযোগ দিয়ক ৷

মকৰ ৰাশি: আজিৰ দিনটো আপোনাৰ এলাহ্যভাৱ লাগি থাকিব । যাৰ ফলত আপুনি নিস্তেজ আৰু নিশকতীয়া অনুভৱ কৰি থাকিব । আজিৰ দিনটো সৰু-সুৰা বাধাৰ সন্মুখীন হ’ব, যাৰ ফলত আপুনি কোনো কামত ভালকৈ মনোযোগো দিব নোৱাৰিব । ধৈৰ্য ধৰক আৰু সতৰ্ক হৈ থাকক । তুচ্ছ বিষয়ক লৈ হোৱা আলোচনাই অহেতুক সংঘাতৰ সৃষ্টি কৰিব পাৰে, যাৰ বাবে আপুনি অপমানিত বোধ কৰিব । সাৱধানে থাকক !

কুম্ভ ৰাশি: আজিৰ দিনটো যোৱা এপষেকৰ আটাইতকৈ আনন্দদায়ক দিন হৈ উঠিব আপোনাৰ বাবে । আপুনি হাঁহি-স্ফূৰ্তিৰে থাকিব, আনন্দ অনুভৱ কৰিব ৷ ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে বা পৰিয়ালক লৈ সৰুসুৰাকৈ প্ৰমোদভ্ৰমণতো যাব পাৰে । আপুনি পৰিয়ালৰ সদস্যৰ সংগ উপভোগ কৰিব । বিদেশৰপৰা আপোনাৰ কোনো ভাই বা ভনী বা কোনো ঘনিষ্ঠ বন্ধু আপোনাৰ ঘৰত আহিব পাৰে ।

মীন ৰাশি: আজিৰ দিনটো মধ্যমীয়া । কিন্তু ইয়াৰ অজুহাতত আপুনি সেই দৈনন্দিন অভ্যাসবোৰক আওকাণ নকৰিব, যিবোৰ আপুনি অলপতে গঢ়ি তুলিছে । বাহিৰত খাবলৈ নাযাব । স্বাস্থ্যকৰ খাদ্য ৰান্ধক আৰু নিজক শাৰীৰিকভাৱে সুস্থ ৰাখক । মানসিক শান্তি অটুট ৰাখিবলৈ মেল নাপাতিব বা বিতৰ্কিত কথা-বতৰাত অংশ নল’ব । নেতিবাচক প্ৰভাৱৰপৰা দূৰত থাকক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.