Presidential Election 2022 : দ্ৰৌপদী মূৰ্মুৰ বিজয়ৰ পাচত বোকাখাতত বিজয় উৎসৱ - Draupodi Murmu new president of India

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 21, 2022, 9:57 PM IST

নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ বিজয়ৰ পাচত বোকাখাতত বিজয় উল্লাস (Draupodi Murmu wins Presidential Election 2022) ৷ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক অভিনন্দন জানাই ঝুমুৰৰ তালে তালে নাচিলে বোকাখাতৰ চাহ বাগিছাৰ ৰাইজে ৷ পোন প্ৰথমবাৰৰ বাবে এগৰাকী আদিবাসী মহিলা দেশৰ ৰাষ্ট্ৰপতি (Draupodi Murmu new president of India) হিচাপে নিৰ্বাচিত হোৱাৰ পাচত সমগ্ৰ ৰাজ্যত লগতে বোকাখাত অগপৰ চাহ কোষৰ কৰ্মী-সমৰ্থকসকলেও দ্ৰৌপদী মূৰ্মুৰ বিজয়কলৈ আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.