Protest in Punjab: স্থায়ী নিযুক্তি দাবীত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও - স্থায়ী নিযুক্তি দাবীত প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও
🎬 Watch Now: Feature Video

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বাসগৃহৰ সন্মুখত সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নিবনুৱা ৬৪৬ পিটিআই ইউনিয়নে(Protest in Punjab) ৷ স্থায়ী নিযুক্তি দাবীত প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰে(Protest in front of Punjab CM Mann residence) ৷ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ বেৰিকেড স্থাপন কৰে ৷ ইয়াৰ ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । এই ঘটনাত কেইবাগৰাকী প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হয় ৷