thumbnail

By

Published : Nov 29, 2021, 5:24 PM IST

ETV Bharat / Videos

adventure sector of assam: অসমৰ দুঃসাহসিক ক্ৰীড়াক্ষেত্ৰৰ অন্যতম সংযোজন "দ্য চিবুক"

অসমৰ দুঃসাহসিক ক্ৰীড়াক্ষেত্ৰৰ অন্যতম সংযোজন "দ্য চিবুক"(The Sibuk)৷ The Sibuk নামৰ বাঁহৰ ভূৰখনেৰে(build bamboo boat) সোৱণশিৰি নদীৰ গোগামুখৰ পৰা তেজপুৰৰ জাহাজঘাটলৈ যাত্ৰা সম্পন্ন কৰে ৷ শেখৰ বৰদলৈ আৰু ৰিচান দলেৰ নেতৃত্বাধীন পাঁচজনীয়া এটা দলে এই যাত্ৰাত কৰিছিলে অংশ গ্ৰহণ ৷ জানিব পৰা মতে নদী পৰ্যটন আৰু নৈপৰীয়া লোক(a river and its local people)ৰ মাজত সম্প্ৰীতি আৰু তেওঁলোকৰ বসতিৰ বিষয়ে এক বিশেষ তথ্যচিত্ৰ নিৰ্মাণ কৰাত সম্প্ৰতি ব্যস্ত হৈ পৰিছে এই দলটো(documentary on river tourism and river side local people) ৷ এই যাত্ৰাত দলটোক সংগ দিলে শিল্পী নীলিম মহন্ত, ফটোগ্ৰাফাৰ আশুতোষ কাশ্যপেও ৷ প্ৰায় 300 ৰো অধিক বাঁহৰে নিৰ্মিত এই ভূৰ((build bamboo boat))ত যাত্ৰা কৰি প্ৰকৃতিৰ সৈতে আত্মীয়তা গঢ়ি তোলাৰ লগতে নদী পৰ্যটন গঢ়ি তোলা(Eco-friendly and Bio-degradable to our environment)ত এই পাঁচজনীয়া দলটোৱে উৎসাহ যোগাই আহিছে ৷ উল্লেখ্য যে, বিগত বছৰতো ৰিছান দলে, শেখৰ বৰদলৈয়ে মাজুলীৰ কাৰ্তিক চাপৰিৰ পৰা বাঁহেৰে নিৰ্মিত "মেলেং দ্য চিবুক" নামৰ ভূৰখনেৰে উমানন্দলৈ বুলি প্ৰায় চাৰিশ কিলোমিটাৰৰ এক দুঃসাহসিক যাত্ৰা সম্পন্ন কৰিছিল ৷ এই যুৱক দুজনক সহায়ৰ বাবে সেই সময়ত তেঁওলোকৰ লগত যাত্ৰা কৰিছিল নয়ন বৰদলৈ নামৰ আন এজন যুৱকেও ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.