thumbnail

By

Published : Jul 21, 2022, 6:56 AM IST

ETV Bharat / Videos

Siddek Ahmed Visit Eviction Land: উচ্ছেদস্থলী পৰিদৰ্শন বিধায়ক চিদ্দেক আহমদৰ

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ অন্তৰ্গত ইচাবিলত প্ৰশাসনে চলোৱা উচ্ছেদস্থলী পৰিদৰ্শন প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ কৰিমগঞ্জৰ বিধায়ক চিদ্দেক আহমদৰ (South Karimganj MLA Siddeque Ahmed inspected the eviction site) ৷ উচ্ছেদস্থলী পৰিদৰ্শন কৰি প্ৰশাসনে চলোৱা এই উচ্ছেদ অভিযানক কঠোৰ ভাষাৰে সমালোচনা কৰে বিধায়কগৰাকীয়ে ৷ উচ্ছেদিত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক এহেজাৰ টকাকৈ সাহাৰ্য প্ৰদান কৰে বিধায়ক চিদ্দেক আহমদে ৷ উল্লেখ্য যে, উচ্ছেদিত মুঠ 161 খন ঘৰ আৰু দোকানৰ লোকসকলক শীঘ্ৰেই পুনৰ সংস্থাপনৰ দাবী জনায় বিধায়কগৰাকীয়ে (161 houses and shops evicted in Isabeel of Patharkandi Karimganj )।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.