thumbnail

By

Published : Jun 7, 2022, 1:48 PM IST

ETV Bharat / Videos

HSLC Exam Result 2022 : ধোনীৰ দৰে ক্ৰিকেটাৰ হোৱাৰ মন দশম স্থান প্ৰাপক সৌৰভ বৰ্মনৰ

পুনৰ উজলিল মহানগৰীৰ অসম জাতীয় বিদ্যালয়ৰ (Assam Jatiya Bidyalay) নাম ৷ পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি সদস্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসম জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে (HSLC Exam Result 2022)৷ মঙলবাৰে ঘোষিত হোৱা হাই স্কুল শিক্ষান্ত পৰীক্ষাত 588 নম্বৰ লাভ কৰি দশম স্থান পাবলৈ সক্ষম হৈছে কৃতি ছাত্ৰ সৌৰভ বৰ্মনে (Sourav Barman secure 10st rank in HSLC Exam) ৷ পঢ়া-শুনাতকৈ সহ-পাঠ্যক্ৰমৰ প্ৰতিহে বেছিকৈ আগ্ৰহী কৃতি ছাত্ৰগৰাকী ৷ ভৱিষ্যতে এগৰাকী সু-দক্ষ ক্ৰিকেটাৰ হোৱাৰ সপোন পুহি ৰাখিছে সৌৰভে ৷ ইফালে সৌৰভৰ এই সাফল্যত আনন্দত আত্মহাৰা হৈ পৰিছে পিতৃ-মাতৃৰ লগতে বিদ্যালয়ৰ শিক্ষকবৃন্দ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.