thumbnail

By

Published : Aug 16, 2022, 2:21 PM IST

ETV Bharat / Videos

আব্দুল আজিজৰ মন্তব্যক লৈ নগাঁৱত প্ৰতিক্ৰিয়া

মাতৃভাষাক লৈ প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ(BJP leader controversy) । অসমীয়া ভাষা, মাতৃভাষা লিখা ধৰ্মীয় সংখ্যালঘুক গড্ডাৰ আখ্যা দিছিল বিজেপি নেতা আব্দুল আজিজে(BJP leader controversy comment on Assamese language) । অসমীয়া ভাষাক লৈ বিতৰ্কিত মন্তব্য কৰা আব্দুল আজিজৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক কাশ্যপ ফুকনৰ(Reaction on BJP leader controversy comment) । ভৱিষ্যতে এনে মন্তব্য নকৰিবলৈও আব্দুল আজিজক সকীয়নি প্ৰদান ফুকনৰ ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.