Japanese Encephalitis in Bongaigaon : জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু - woman died of Japanese Encephalitis
🎬 Watch Now: Feature Video

বঙাইগাঁও জিলাৰ মানিকপুৰৰ চকীহালিত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু হয় ( woman died of Japanese Encephalitis in Bongaigaon)। মৃত মহিলা গৰাকীৰ নাম প্ৰেমলতা দাস । চল্লিশ বছৰীয়া প্ৰেমলতা দাস যোৱা ৩ আগষ্টৰ পৰা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ প্ৰথমে মানিকপুৰ আদৰ্শ চিকিৎসালয়ত আৰু তাৰ পিছত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি হয় (Japanese Encephalitis in Bongaigaon)। পিছত মহিলাগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি জানিব পাৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় (woman died of Japanese Encephalitis) । তাতে মঙলবাৰে মহিলাগৰাকীৰ মৃত্যু হয় ।