thumbnail

Mangaldoi Book Fair: গণতন্ত্ৰৰ বাক স্বাধীনতা কমি আহিছে: গৌৰৱ গগৈ

By

Published : Oct 16, 2022, 6:44 PM IST

Updated : Oct 16, 2022, 7:22 PM IST

মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত সাতদিনীয়াকৈ অনুষ্ঠিত হৈছে মঙলদৈ গ্ৰন্থমেলা 2022 (Mangaldoi Book Fair 2022) ৷ আজি গ্ৰন্থমেলাৰ অন্তিমটো দিন ৷ অন্তিমটো দিনত মেলাত উপস্থিত সাংসদ গৌৰৱ গগৈ (MP Gaurav Gogoi present at Mangaldoi Book Fair) ৷ গ্ৰন্থমেলাত উপস্থিত হৈ সাংসদ গৌৰৱ গগৈয়ে কয়, "বৰ্তমান সাংবাদিকৰ লগতে গণতন্ত্ৰৰ বাক স্বাধীনতা কমি আহিছে । বৰ্তমান ডিব্ৰুগড়ত বান নামনি সোৱণশিৰি প্ৰকল্পৰ খহনীয়াৰ ফলত ভাবুকিৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত বৰ্তমান চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে । অত্যাধিক মূল্যবৃদ্ধিৰ ফলত 2024 বৰ্ষত হ'ব লগা লোকসভা নিৰ্বাচনত অসমৰ জনতাই কংগ্ৰেছৰ সপক্ষে ভোট প্ৰদান কৰিব"(MP Gaurav Gogoi criticizes BJP) ।
Last Updated : Oct 16, 2022, 7:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.