আই পি এল পইণ্টছ টেবুল - পইণ্টছ টেবুল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-2945272-thumbnail-3x2-ipl.jpg)
আই পি এলৰ দ্বাদশ সংস্কৰণত সোমবাৰে কিংছ ইলেভেন পাঞ্জাৱৰ হাতত ৬ উইকেটত পৰাস্ত হয় ছানৰাইজাৰ্ছ হায়দৰাবাদ । ২২ সংখ্যক মেচৰ পিচত Orange কেপ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ডেভিদ ৱাৰ্নাৰৰ (৩৪৯ ৰান) হাতত থকাৰ বিপৰীতে Purple কেপ লাভ কৰি আছে দিল্লী কেপিটেলছৰ কাগিছ্ ৰাবাডাই (১১ টা উইকেট) । আই পি এল ২০১৯ বৰ্ষৰ বৰ্তমানৰ পইণ্টছ টেবুল হৈছে ক্ৰমে-