Idli Recipe : কেনেকৈ প্ৰস্তুত কৰা হয় সুস্বাদু আৰু পুষ্টিকৰ দক্ষিণ ভাৰতীয় খাদ্য ইডলি ? - সুস্বাদু আৰু পুষ্টিকৰ দক্ষিণ ভাৰতীয় খাদ্য
🎬 Watch Now: Feature Video

স্বাস্থ্যকৰ আৰু পুষ্টিকৰ আহাৰ বুলি ক’লে প্ৰথমেই মনলৈ আহে ইডলিৰ কথা ৷ কিয়নো ইডলিত তেল বা অত্যাধিক মা-মচলা ব্যৱহৃত নহয় ৷ আনকি এই খাদ্যবিধক সকলো বয়সৰ লোকেই গ্ৰহণ কৰিব পাৰে ৷ সেয়ে আজি আমি লৈ আহিছো ইডলিৰ এটা ব্যতিক্ৰমী ৰেচিপি (Idli Recipe) ৷ গতিকে পলম নকৰি আজিয়েই ঘৰত অতি সহজে প্ৰস্তুত কৰক সুস্বাদু আৰু পুষ্টিকৰ দক্ষিণ ভাৰতীয় খাদ্যবিধ (Turn your Idlis tastier and healthier)...