thumbnail

By

Published : Oct 6, 2022, 9:45 PM IST

ETV Bharat / Videos

বাক্সাত কেঁকোসাপসহ আটক চাৰিজন

বাক্সাত কেঁকো সাপসহ আটক চাৰিজন (Gecko smuggler arrested in Baksa) ৷ এক গোপন সূত্ৰৰ পম খেদি ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুটাকৈ স্থানত বৰমা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিতুমণি গোস্বামীৰ নেতৃত্বত চলিছিল অভিযান (Gecko smuggling in Assam)। অভিযানকালত আৰক্ষীয়ে তিনিখন বাইক আৰু এডাল কেঁকো সাপসহ আটক কৰিবলৈ সক্ষম হয় এজনক (Gecko rescued in Baksa) । আটকাধীন অভিযুক্তকেইজনৰ নাম জয়ন্ত ৰয়, হিতেশ্বৰ ৰয়, নাৰায়ণ ৰয় আৰু হিমাংশু ৰয় বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷ আটাইকেইজন যুৱকৰ ঘৰ বজালীৰ পাঠশালাত বুলি জানিব পৰা গৈছে । জব্দকৃত বাইক দুখনৰ নম্বৰ AS-28-D3987 আৰু AS-15-S0856 ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.