thumbnail

হোমেন বৰগোহাঞিৰ মৃত্যুত মৰাণ শাখা সাহিত্য সভাৰ শোক প্ৰকাশ

By

Published : May 12, 2021, 2:08 PM IST

বুধবাৰে ৰাতিপুৱা ৬:৫৮ বজাত ৰাজ্যবাসীক কন্দুৱাই গুৱাহাটীৰ জিএনআৰচি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞি দেৱে ৷ হোমেন বৰগোহাঞিৰ মৃত্যুত অসমীয়া সাহিত্য জগতৰ লগতে ৰাজ্যুজুৰি পৰিছে শোকৰ ছাঁ ৷ সাহিত্যিকগৰাকীৰ মৃত্যুত মৰাণ শাখা সাহিত্য সভাই তিনিদিনলৈ সাহিত্য সভাৰ পতাকাখন অৰ্ধনমিত কৰি শোক প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.