ETV Bharat / lifestyle

নৱৰাত্ৰিৰ পঞ্চম দিনত চেলেব্ৰিটিৰ এই লুকেৰে সজাই তোলক নিজকে - Navratri Day 5 Colour

আজি নৱৰাত্ৰিৰ পঞ্চম দিন ৷ আজিৰ বিশেষ ৰং হৈছে হালধীয়া গতিকে এনে ক্ষেত্ৰত আপোনালোকে চেলেব্ৰিটিৰ এই লুকসমূহ অনুসৰণ কৰিব পাৰে-

author img

By ETV Bharat Lifestyle Team

Published : 3 hours ago

Navratri Day 5 Colour
নৱৰাত্ৰিৰ পঞ্চম দিনত চেলেব্ৰিটিৰ এই লুকেৰে সজাই তোলক নিজকে (Instagram)

নৱৰাত্ৰিৰ উৎসৱৰ আজি পঞ্চম দিন ৷ আজি দেৱী স্কন্দমাতাৰ আৰাধনা কৰা হয় ৷ ভাগৱত পুৰাণৰ মতে, নৱৰাত্ৰিৰ পঞ্চম দিনা স্কন্দমাতা পূজা কৰিলে জ্ঞান আৰু শুভ ফল পোৱা যায় বুলি মান্যতা আছে ৷ প্ৰত্যেক দিনৰ দৰে আজিৰ নৱৰাত্ৰিৰ বিশেষ ৰং হৈছে হালধীয়া ৷ যিয়ে পবিত্ৰতা আৰু নম্ৰতাক প্ৰতিনিধিত্ব কৰে । সেয়ে আজি আমি লৈ আহিছো বলীউডৰ চেলিব্ৰিটিয়ে পৰিধান কৰা এনে কিছুমান হালধীয়া ৰঙৰ আকৰ্ষণীয় পোচাকৰ বিকল্প যাক আপুনিও নৱৰাত্ৰিৰ উৎসৱত পঞ্চম দিনত পৰিধান বা অনুসৰণ কৰিব পাৰে ৷

শ্ৰদ্ধা কাপুৰৰ হালধীয়া শাৰীৰ লুক

Navratri Day 5 Colour
শ্ৰদ্ধা কাপুৰৰ হালধীয়া শাৰীৰ লুক (Instagram)

নৱৰাত্ৰিত যদি এক আকৰ্ষণীয় লুক বিচাৰিছে তেন্তে শ্ৰদ্ধা কাপুৰৰ দৰে আপুনিও এনেদৰে হালধীয়া ৰঙৰ শাৰীৰ সৈতে মাংগটীকা আৰু হাতত পোটলি বেগৰ সৈতে আপুনি নিজকে এটি আকৰ্ষণীয় লুক দিব পাৰে ৷

কিয়াৰা আদৱানীৰ হালধীয়া শ্বাৰাৰাৰ লুক

Navratri Day 5 Colour
শ্ৰদ্ধা কাপুৰৰ হালধীয়া শাৰীৰ লুক নৱৰাত্ৰিত যদি এক আকৰ্ষণীয় লুক বিচাৰিছে তেন্তে শ্ৰদ্ধা কাপুৰৰ দৰে আপুনিও এনেদৰে হালধীয়া ৰঙৰ শাৰীৰ সৈতে মাংগটীকা আৰু হাতত পোটলি বেগৰ সৈতে আপুনি নিজকে এটি আকৰ্ষণীয় লুক দিব পাৰে ৷ কিয়াৰা আদৱানীৰ হালধীয়া শ্বাৰাৰাৰ লুক (Instagram)

নৱৰাত্ৰিত যদি আপুনি এটি পৃথক লুক ক্ৰিয়েট কৰিব বিচাৰে তেন্তে কিয়াৰা আদৱানীৰ হালধীয়া শ্বাৰাৰাৰ সৈতে জেকেটৰ এই লুক নৱৰাত্ৰিত আপোনাৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে ৷

তৃপ্তী ডিমৰীৰ এথিনিক লুক

Navratri Day 5 Colour
তৃপ্তী ডিমৰীৰ এথিনিক লুক (Instagram)

অভিনেত্ৰী তৃপ্তী ডিমৰীয়ে পৰিধান কৰা শাৰীৰ এই এথিনিক লুক এইবাৰ নৱৰাত্ৰিত পৰিধান কৰিবৰ বাবে এক পৃথক বিকল্প হ’ব পাৰে ৷

ছাৰা আলী খানৰ ক্লাচি লেহেংগাৰ লুক

Navratri Day 5 Colour
ছাৰা আলী খানৰ ক্লাচি লেহেংগাৰ লুক (Instagram)

নৱৰাত্ৰি বুলি ক’লে লেহেংগা কাপোৰৰ তালিকাত নাথাকিব এয়া জানো হ’ব পাৰে ৷ নৱৰাত্ৰিত দাণ্ডিয়া নাইটৰ বাবে ছাৰা আলী খানে পৰিধান কৰা হালধীয়া ৰঙৰ লেহেংগা আৰু পাৰম্পৰিক গহণাৰ এই লুক আপোনাৰ বাবে এটি উত্তম বিকল্প হ’ব পাৰে ৷

আলিয়া ভাটৰ অৰগেঞ্জা শাৰীৰ লুক

Navratri Day 5 Colour
আলিয়া ভাটৰ অৰগেঞ্জা শাৰীৰ লুক (Instagram)

আলিয়া ভাটে পৰিধান কৰা হালধীয়া ৰঙৰ অৰগেঞ্জা এই ক্লাচি শাৰীৰ সৈতে ডিঙিত ছোকৰৰ এই লুক নৱৰাত্ৰিত পৰিধান কৰিবৰ বাবে এটি উত্তম বিকল্প হ’ব পাৰে ৷

মাধুৰী দীক্ষিতৰ মিৰৰ ৱৰ্ক শাৰীৰ লুক

Navratri Day 5 Colour
মাধুৰী দীক্ষিতৰ মিৰৰ ৱৰ্ক কৰাৰ শাৰীৰ লুক (Instagram)

মাধুৰী দীক্ষিতে পৰিধান কৰা মিৰৰ ৱৰ্ক কৰা এই হালধীয়া ৰঙৰ শাৰী নৱৰাত্ৰিত পৰিধান কৰিলে আপোনাক খুবেই আকৰ্ষণীয় দেখা যাব ৷

লগতে পঢ়ক: নৱৰাত্ৰিৰ আজি তৃতীয়টো দিনত কি বস্ত্ৰ পৰিধান কৰিব আপুনি ? - Navratri Day 3 Colour

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.