thumbnail

By

Published : Jun 18, 2021, 7:41 PM IST

ETV Bharat / Videos

GMCH ত কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ

শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত কনিষ্ঠ চিকিৎসক সকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ চিকিৎসক আৰু ৰোগীৰ মাজৰ সম্পৰ্ক দৃঢ় কৰাৰ লগতে দীৰ্ঘদিনে চিকিৎসক সকলৰ ওপৰত চলায় অহা অত্যাচাৰ আৰু চিকিৎসকৰ নিৰাপত্তাৰ বাবে আজি ৰাজ্যজুৰি চিকিৎসক সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ জি এম চি এইচ (GMCH)তো কনিষ্ঠ চিকিৎসক সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদ সাব্যস্ত কৰা চিকিৎসক সকলে ক'ভিড চিকিৎসালয় সমূহত ২৪ ঘণ্টাই আৰক্ষীৰ নিৰাপত্তাৰ দাবী জনায় চিকিৎসকক প্ৰহাৰ কৰা প্ৰতিজন দোষীক ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ বাবে দাবী জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.