দ্বিতীয়বাৰৰ বাবে বিজয়ৰ ধ্বজ্জা উৰুৱালে ডাঃ নোমল মমিনে

By

Published : May 3, 2021, 10:26 AM IST

thumbnail

17 নং বোকাজান বিধানসভা সমষ্টিত দ্বিতীয়বাৰৰ বাবে বিজয় মুকুট পিন্ধিলে বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনে ৷ নিকটতম কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিতকৈ 17,749 টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় বিজেপি প্ৰাৰ্থীগৰাকীয়ে৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত বিজয়ী প্ৰাৰ্থী ডাঃ নোমল মমিনে কয় যে, এয়া ৰাইজৰ জয় ৷ ৰাইজৰ হৈ কাম কৰাৰ বাবে ৰাইজে প্ৰতিদান হিচাপে তেওঁক জয়ী কৰাইছে ৷ লগতে অনাগত 5 টা বছৰত বোকাজানবাসীক নিজৰ পৰিয়াল হিচাপে গণ্য কৰি দুগুণ উৎসাহেৰে কাম কৰি যাব আশ্বাস দিয়ে ডাঃ নোমল মমিনে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.