Accident in Arunachal: অৰুণাচলৰ জিৰ’ পইণ্টৰ প্ৰায় দুশ ফুট তলত উদ্ধাৰ নগাঁৱৰ যুৱকৰ মৃতদেহ

By

Published : Jul 22, 2022, 6:08 PM IST

thumbnail
অৰুণাচলত আকৌ অঘটন ৷ অৰুণাচলৰ জিৰ’ পইণ্টত সংঘটিত হয় এক ভয়াবহ দুৰ্ঘটনা (Accident in Arunachal) ৷ এই দুৰ্ঘটনাত মৃত্যু হয় নগাঁৱৰ দুই যুৱকৰ (Assam youth body recovered in Arunachal)। মৃত দুই দুৱক ক্ৰমে নগাঁৱৰ বেদান্ত বৰহোলা আৰু কন্দলীৰ নয়ন বসুমতাৰী বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি, মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল নয়ন আৰু বেদান্তৰ লগতে তেওঁলোকৰ আন দুজন যুৱক । এখন প’ল’ বাহনত দুই বন্ধুৰ সৈতে নয়ন আৰু বেদান্ত গৈছিল অৰুণাচলৰ জিৰ’ পইণ্টলৈ । কিন্তু শুকুৰবাৰে জিৰ’ পইণ্টৰ প্ৰায় ২০০ ফুট তলত উদ্ধাৰ হৈছে যুৱকদ্বয়ৰ মৃতদেহ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.