thumbnail

By

Published : Jan 31, 2021, 5:32 PM IST

ETV Bharat / Videos

তিনিচুকীয়া টাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ 34 তম মে-ডাম-মে-ফী উদযাপন

মে- ডাম-মে-ফীৰ দিনটোত আহোম সম্প্ৰদায়ৰ লোকসকলে নিজৰ পূৰ্ব সকলক সুঁৱৰি আৰু বিশ্ব শান্তিৰ অৰ্থে সামূহিক প্ৰাৰ্থনা আয়োজন কৰে । 'মে-ডাম-মে-ফী'ৰ অৰ্থ হৈছে,মে মানে তৰ্পণ, ডাম মানে মৃতক, মে মানে স্মৰণ আৰু ফী মানে হ'ল দেৱতা । সমান্তৰালকৈ, তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত তিনিচুকীয়া টাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে ‘মে-ডাম-মে-ফী’ উদযাপন কৰা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.