11 শ মুগা পালকৰ ভৰসা 'চেৰিফেদ কো- অপাৰেটিভ ছচাইটি' - ঢকুৱাখনা মুগা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 24, 2019, 3:34 PM IST

Updated : Nov 25, 2019, 3:27 PM IST

চৰকাৰৰ বিয়াগোম ৰেচম বিভাগৰ বিপৰীতে প্ৰায় ১১ শ মুগা পালকক লৈ গঠিত 'চেৰিফেদ কো- অপাৰেটিভ ছচাইটি'য়ে মুগা পালকক যোগান ধৰে চোম গছৰ লগতে প্ৰতিটো জাতৰ কঠিয়া । ছেৰিফেদ ছচাইটিৰ অধ্যক্ষ হেম বৰুৱাই তেখেতৰ নিজা মুগা ফাৰ্মত চৰকাৰে যোগন ধৰা সঁচৰ পৰা মুগা উৎপাদন কৰি লোকচানৰ সন্মুখীন হোৱাৰ কথা বৰ্ণনা কৰে । চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈছে ১১ শ মুগা পালকক লৈ গঠিত ছচাইটিখনো । কাগজে কলমে চৰকাৰে মোকলাই দিয়ে লাখে-লাখে টকা, কিন্তু কাৰ্যত সেই ধন নাপাই মুগা পালকে। ঢকুৱাখনা ধেমাজি আদি অঞ্চল সমূহত থকা ৰেচম বিভাগৰ বিষয়া কৰ্মচাৰীয়ে মুগা পালকৰ বাবে কোনো ধৰণৰ কাম নকৰাৰ অভিযোগ মুগা পালক সকলৰ ।
Last Updated : Nov 25, 2019, 3:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.