কংগ্ৰেছ দলত দালালৰ স্থান নাই: ভূপেন বৰা - প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13461433-thumbnail-3x2-pressmeet.jpg)
সমাগত উপ-নিৰ্বাচন ৷ ব্যস্ত সকলো ৰাজনৈতিক দলৰ নেতা, মন্ত্ৰী, বিধায়ক সকলো ৷ এতিয়া ৰাজ্যৰ পাঁচোটাকৈ সমষ্টি বলি আছে নিৰ্বাচনী গৰম বতাহ ৷ উপ-নিৰ্বাচনৰ বাবে ভৱানীপুৰতো ব্যস্ত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব । মঙলবাৰে পাঠশালাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি দলটোকো তীব্ৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয় ।