thumbnail

By

Published : May 29, 2021, 9:13 PM IST

ETV Bharat / Videos

টীয়কত ধূলিসাৎ ক'ভিড বিধি

ৰাজ্যৰ চৌদিশে ক'ভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বাঢ়ি থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে নতুন নতুন এচ অ পি জাৰি কৰাৰ পাছতো দেখা গৈছে একাংশ অসেচন লোকে ক'ভিড বিধি উলংঘা কৰা । বিশেষকৈ বাগিচা অঞ্চলত চৰকাৰৰ এনে নিৰ্দেশনাক কোনো গুৰুত্ব প্ৰদান কৰা ৰাজ্যৰ চৌদিশে ক'ভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বাঢ়ি থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে নতুন নতুন এচ অ পি জাৰি কৰাৰ পাছতো দেখা গৈছে একাংশ অসচেতন লোকে ক'ভিড বিধি উলংঘা কৰা । বিশেষকৈ বাগিচা অঞ্চলত চৰকাৰৰ এনে নিৰ্দেশনাক কোনো গুৰুত্ব প্ৰদান কৰা নাই । টীয়ক চাহ বাগিচাৰ মাজলাইন আৰু ৩ নম্বৰ লাইনৰ ১৩ জনকৈ শ্ৰমিকৰ দেহত শুকুৰবাৰে ক'ভিডৰ উপস্থিতি ধৰা পৰাৰ পাছতো শনিবাৰৰ দিনটোত বাগিচাখনৰ কৰ্তৃপক্ষই কোনো সতৰ্কতা ব্যৱস্থা গ্ৰহণ কৰা নাই । বৰঞ্চ উক্ত লাইনৰ অন্যান্য শ্ৰমিকসকলে শনিবাৰে বাগিচাৰ আন লাইনৰ শ্ৰমিকৰ সৈতে একেলগে পাত তোলাৰ কামত ব্যস্ত আছে । ইপিনে মাত্ৰ এখনকৈ মাস্ক আৰু এটুকুৰাকৈ চাবোন দিয়েই দ্বায়িত্ব সামৰিছে কৰ্তৃপক্ষই । এই ক্ষেত্ৰত আমাৰ যোৰহাটৰ সাংবাদিকৰ এক বিশেষ প্ৰতিবেদন ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.