thumbnail

আলফাৰ বিৰুদ্ধে অধিক সক্ৰিয় ৰূপত অসম আৰক্ষী

By

Published : May 19, 2019, 4:10 PM IST

বিস্ফোৰণৰ সৈতে জড়িত অভিনেত্ৰী জাহ্নৱী শইকীয়া আৰু আলোচনা পন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰুক জেৰা কৰাৰ পিছতেই আৰক্ষীয়ে গোলাঘাটৰ পৰা আটক কৰিছিল আলফাৰ প্ৰাক্তন বোমা বিশেষজ্ঞ অমৃত বল্লভ গোস্বামীক আৰু নগাঁৱৰ পৰা আটক হৈছিল বিস্ফোৰণৰ সৈতে জড়িত ইন্দ্ৰমোহন বৰা নামৰ যুৱকজন৷ ইয়াৰে ইন্দ্ৰমোহন আলফাৰ সৈতে সম্পূৰ্ণৰূপে জড়িত থকাৰ তথ্য প্ৰকাশ কৰিছে নগাঁও আৰক্ষীয়ে৷ আলফাত যুৱক-যুৱতী ভৰ্তি কৰোৱাৰ দায়িত্বত আছিল ধৃত ইন্দ্ৰমোহন !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.